ETV Bharat / state

হাইলাকান্দিত বাতিল হোৱাৰ পথত ৪০,০০০ ড্ৰাইভিং লাইচেঞ্চ - assam

বাতিল হব পাৰে হাইলাকান্দিৰ চল্লিশ হাজাৰৰো অধিক ড্ৰাইভিং লাইচেঞ্চ । ইতিমধ্যে জিলা পৰিবহন বিষয়াই এই সন্দৰ্ভত দিছে এক নিৰ্দেশ । লগতে জিলা খনত বন্ধ কৰি দিয়া হৈছে স্মাৰ্ট কাৰ্ড ৰূপান্তৰ প্ৰক্ৰিয়া ।

হাইলাকান্দিত বাতিল হোৱাৰ পথত ৪০,০০০ ড্ৰাইভিং লাইচেঞ্চ
author img

By

Published : Jun 28, 2019, 5:13 PM IST

Updated : Jun 29, 2019, 12:28 PM IST

হাইলাকান্দি,28জুনঃ সন্দেহৰ আৱৰ্তত হাইলাকান্দিৰ ৪০ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ । বাতিল হোৱাৰ পথত বহিঃ ৰাজ্যৰ ৪০ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ। কিয়নো ১৯৮৯ চনত হাইলাকান্দি পৃথক জিল‍া হোৱাৰ পিছৰ পৰা বৰ্তমানলৈকে জিলাখনত মাত্ৰ ৫ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমানে জিলা খনত আছে প্ৰায় ৪৫ হাজাৰ ড্ৰাইভিং লাইচেঞ্চ । এই ৪০ হাজাৰ লাইচেঞ্চ প্ৰদান কৰা হৈছে মনিপুৰ,মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যৰ পৰা । বিগত ৩০ বছৰত বহিঃৰাজ্যৰ পৰা ইছ্যু হোৱা এই ৪০ হাজাৰ লাইচেঞ্চৰ জৰিয়তে হাইলাকান্দিত চলিছে অবাধ বেহা। বৰ্তমানে এই সমূহ লাইচেঞ্চক স্মাৰ্ট কাৰ্ডলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। যাৰ পিছতেই জিলা পৰিবহন বিষয়া এচ আৰ মান্নানে এই প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰি আৰম্ভ কৰিছে তদন্ত ।

Intro:SLUG :: হাইলাকান্দিত বাতিল হোৱাৰ পথত ৪০,০০০ ড্ৰ‍াইভিং লাইচেন্চ।

Body:O/C :: বাতিল হব পাৰে হাইলাকান্দি জিলাৰ চল্লিশ হাজাৰৰো অধিক ড্ৰাইভিং লাইচেন্চ। ইতিমধ্যে জিলা পৰিবহন বিষয়ায় এই সন্ধৰ্ভত দিছে এক নিৰ্দেশ। লগতে জিলা খনত বন্ধ কৰি দিয়া হৈছে Smart Card ৰূপান্তৰ প্ৰক্ৰিয়া।

Conclusion:V/O :: সন্দেহৰ আবৰ্তত হাইলাকান্দিৰ ৪০,০০০ ড্ৰাইভিং লাইচেন্চ। বাতিল হোৱাৰ পথত বহিৰ্ৰাজ্যৰ ৪০ হাজাৰ ড্ৰাইভিং লাইচেন্চ। ১৯৮৯ সনত হাইলাকান্দি পৃথক জিল‍া হোৱাৰ পিছৰ পৰা আজি লৈকে জিলা খনত মাত্ৰ ৫০০০ ড্ৰাইভিং লাইচেন্চ প্ৰদান কৰা হৈছে। কিন্তু বৰ্তমানে জিলা খনত আছে প্ৰায় ৪৫ হাজাৰ ড্ৰাইভিং লাইচেন্চ। এই ৪০ হাজাৰ লাইচেন্চ প্ৰদান কৰা হৈছে মনিপুৰ, মিজোৰাম আৰু নাগাল্যাণ্ড ৰাজ্যৰ পৰা। আৰু এই সকলো লাইচেন্চ আকৌ প্ৰফেছনেল লাইচেন্চ। বিগত ৩০ বছৰত বহিৰাজ্যৰ পৰা ইছ্যু হোৱা এই ৪০ হাজাৰ লাইচেন্চৰ জৰিয়তে হাইলাকান্দিত চলিছে অবাধ বেহা। কিন্তু বৰ্তমানে এই সকল লাইচেন্চক Smart cardত ৰূপান্তৰ কৰাৰ প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ পিছত পোহৰলৈ আহে এই তথ্য। ইয়াৰ পিছতেই জিলা পৰিবহন বিষয়া এচ আৰ মান্নানে এই প্ৰতিক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰি এক তদন্ত আৰম্ভ কৰিছে। এই ৪০,০০০ ড্ৰাইভিং লাইচেন্চ ভোৱা হোৱাৰ আশংকাত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হাইলাকান্দি।

byte :: S R Mannan, DTO Hailakandi 

######
Last Updated : Jun 29, 2019, 12:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.