ETV Bharat / state

গোলাঘাটত পত্নীক কাষত লৈ কাঞ্চনজংঘাৰ প্ৰচাৰত জুবিন - kanchanjangha promotion

পত্নী গৰিমাক কাষত লৈ কাঞ্চনজংঘাৰ প্ৰচাৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। অহা ৬ চেপ্টেম্বৰত শুভমুক্তি লাভ কৰিব কাঞ্চনজংঘাই ৷

গোলাঘাটত পত্নীক কাষত লৈ কাঞ্চনজংঘাৰ প্ৰচাৰত জুবিন
author img

By

Published : Aug 21, 2019, 11:45 PM IST

গোলাঘাট, 21 আগষ্টঃ পত্নী গৰিমাক কাষত লৈ কাঞ্চনজংঘাৰ প্ৰচাৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। গোলাঘাটত বিৰামহীন ভাৱে কাঞ্চনজংঘাৰ প্ৰচাৰত জুবিন।

গোলাঘাটত পত্নীক কাষত লৈ কাঞ্চনজংঘাৰ প্ৰচাৰত জুবিন
গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, জিলা পুথিভঁৰালত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতীয়ে আগুৰি ধৰিলে জুবিনক। এদিনৰ বাবে জুবিনক ওচৰতে পাই সকলো যেন আপোন পাহৰা হৈ পৰিল। জুবিন আৰু কাঞ্চনজংঘাৰ বন্দনাত আপ্লুত হৈ পৰিল অনুগামী সকল। অহা ৬ চেপ্টেম্বৰত শুভমুক্তি পাব কাঞ্চনজংঘাই৷ ৰাজ্য,দেশৰ লগতে বিদেশতো মুক্তি পাব চলচিত্ৰখনে৷ ব্ৰাহ্মণ সমাজৰ সৈতে হোৱা জুবিনৰ বিতৰ্কৰ অৱসান ঘটা কথা নিজেই ব্যক্ত কৰিলে জুবিন গাৰ্গে। নিজেই এজন ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰা কাঞ্চনজংঘা চিনেমা খন নৱ প্ৰজন্মই চাবলগীয়া বুলি ব্যক্ত কৰি জুবিনে কয় যে সমাজৰ দূৰ্নীতি,অনিয়ম সুন্দৰভাৱে পৰিস্ফুট হৈছে উক্ত চলচিত্ৰখনত৷

Intro:Body:কাষত পত্নী গৰিমাক লৈ কাঞ্চনজংঘাৰ প্ৰচাৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।গোলাঘাটত বিৰামহীন ভাৱে কাঞ্চনজংঘাৰ প্ৰচাৰত জুবিন।কাঞ্চনজংঘাৰ‌ ছাত্ৰ জুবিনে কলেজে কলেজে চলালে Promotion।গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়, হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, জিলা পুথিভঁৰালত স্বভাৱ সুলভ শৈলীৰে উবুৰি খাই পৰিল নৱ প্ৰজন্মৰ মাজত।হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে আগুৰি ধৰিলে জুবিনক।এদিনৰ বাবে জুবিনক ওচৰতে পাই সকলো যেন আপোন পাহৰা হৈ পৰিল।কেৱল জুবিন, জুবিন, কাঞ্চনজংঘাৰ বন্দনাত আপ্লুত হৈ পৰিল অনুগামী সকল।অহা ৬ চেপ্টেম্বৰত কাঞ্চনজংঘা শুভমুক্তি পাব ৰাজ্য,দেশৰ লগতে বিদেশতো।ব্ৰাহ্মণ সমাজৰ সৈতে হোৱা জুবিনৰ বিতৰ্ক অৱসান ঘটিল,এই কথা নিজেই ব্যক্ত কৰিলে জুবিন গাৰ্গে।নিজেই এজন ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰা কাঞ্চনজংঘা চিনেমা খন নৱ প্ৰজন্মই চাবলগীয়া বুলি ব্যক্ত কৰি জুবিনে কয় যে সমাজৰ দূৰ্নীতি,অনিয়ম পৰিস্ফুট হৈছে চিনেমা খনত।Conclusion:Byte_1_জুবিন গাৰ্গ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.