ETV Bharat / state

বোকাখাতত পাঁচজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ

পথাৰৰ মাজতে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলাই যুৱককেইজনক

বোকাখাতত পাঁচজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ
author img

By

Published : May 29, 2019, 11:48 PM IST

বোকাখাত, 29 মে': বোকাখাত ড্ৰাগছসহ আটক পাঁচজন যুৱক ৷ মঙলবাৰে বোকাখাত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে এটা বৃহৎ চক্ৰ ৷

বোকাখাতত পাঁচজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ

বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে পাঁচজন ড্ৰাগছ আসক্ত যুৱকক ৷ আৰক্ষীৰ অভিযানত যুৱক কেইজনৰ পৰা উদ্ধাৰ হয় নিষিদ্ধ ড্ৰাগছ,চিৰিঞ্জ তথা আপত্তিজনক দ্ৰব্য ৷ পথাৰৰ মাজতে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে ধৰা পেলাই যুৱককেইজনক ৷

Intro:ড্ৰাগছসহ আটক পাঁচজন যুৱক: বোকাখাতত চাঞ্চল্যBody:বোকাখাত, 29-05-2019
মঙ্গলবাৰে বোকাখাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছৰ এটা বৃহৎ চক্ৰ উৎখাট কৰে। জানিব পৰা মতে বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সদস্যৰ অভিযোগৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে অভিযান চলাই পাঁচজন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰে। যুৱক কেইজনৰ পৰা নিষিদ্ধ ড্ৰাগছ, চিৰিঞ্জ তথা আপত্তিজনক দ্ৰব্য উদ্ধাৰ কৰে। এই সন্দৰ্ভত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈয়ে জনোৱা মতে পথাৰৰ মাজত কেইজনমান যুৱকে ড্ৰাগছ লৈ থকা অৱস্থাত হাতে-লোতে ধৰা পেলাই, তাৰে দুজনমান পলায়ন কৰে যদিও পাঁচজন যুৱকক আছু কৰ্মীয়ে আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে, তদন্তৰ খাতিৰত এতিয়াও যুৱক সকলৰ সম্পূৰ্ণ পৰিচয় প্ৰকাশ কৰা নাই। উল্লেখ্য যে বোকাখাত চহৰত ড্ৰাগছ গ্ৰহণ কৰি বাইক স্কুতি ষ্টান্ত কৰা যুৱকৰ সংখ্যা তথা দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আগন্তুক সময়ত মহকুমা আৰক্ষী বিষয়াই এই সন্দৰ্ভত কি ব্যৱস্থা লয় তাৰেই অপেক্ষাত বোকাখাতৰ বিজ্ঞমহল।Conclusion:Byte: Manab Gogoi
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.