ETV Bharat / state

খুমটাইত চুলাইৰ বিৰূদ্ধে মহিলাৰ অভিযান

খুমটাই আৰক্ষী চকী, গাঁওৰক্ষী বাহিনী, কেইবাটাও মহিলা গোটৰ শ-শ মহিলাই লগ হৈ উচ্ছেদ কৰিলে ৰজনীখাট অঞ্চলৰ  অবৈধ চুলাই ঘাটি৷

খুমটাইত চুলাইৰ বিৰূদ্ধে মহিলাৰ অভিযান
author img

By

Published : Sep 2, 2019, 7:07 PM IST

খুমটাই, 2 ছেপ্তেম্বৰ: সোমবাৰে বৃহত্তৰ খুমটাই অঞ্চল মদ-মুক্ত কৰাৰ উদ্দেশ্যে আৰক্ষীৰ সহযোগত একাংশ মহিলাই চলাই অবৈধ চুলাই ঘাটি উচ্ছেদ অভিযান৷ অভিযান কালত খুমটাইৰ ৰজনীখাট অঞ্চলত মহিলাসকলে কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় 1000 লিটাৰতকৈও অধিক বৰবিহ স্বৰূপ চুলাই মদ নষ্ট কৰে ৷ অঞ্চলটো চুলাই মুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে মহিলাসকলে এই অভিযান চলোৱাৰ কথা সদৰি কৰে৷ ইফালে উচ্ছেদ অভিযানত উপস্থিত থাকি খুমটাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে চুলাইৰ বিৰূদ্ধে সকলো মহিলাকে একগোট হৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই ৷

Intro:খুমটাই আৰক্ষী চকী,গাওঁ ৰক্ষি বাহিনী, আৰু কেইবাটাও মহিলা গোটৰ শ-শ মহিলাই খুমটাইৰ ৰজনীখাট অঞ্চলত কেইবাটাও চুলাই ঘাটিত উচ্ছেদ অভিয়ান চলাই।Body:গোলাঘাট শালমৰা চাহ বাগিচাত ১০০তকৈও অধিক লোক চুলাই সেৱন কৰি মৃত্যু মুখত পৰাৰ পাচতো বৰ্তমানো শিক্ষা নললে একাংশ চুলাই ব্যেৱসায়ী আৰু চুলাই সেৱন কৰি সকলে।খুমটাই আৰক্ষী চকী ,গাওঁৰক্ষি বাহিনী, আৰু কেইবাটাও মহিলা গোটৰ শ-শ মহিলাৰ যৌথ প্ৰচেষ্টাত খুমটাইৰ ৰজনী খাট অঞ্চলত প্ৰায়৩০ঘৰ অবৈধ ভাবে গঢ় লৈ উথা চুলাই ঘাটি উচ্ছেদ কৰে। চুলাই প্ৰস্তুত কৰি থকা অৱস্থাতে হাতে লোতে ধৰি ১০০০ লিটাৰতকৈও অধিক চুলাই নষ্ট কৰাৰ লগতে চুলাই বনাবৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী ভাঙি পেলাই উচ্ছেদ কাৰি মহিলাৰ দলে।উপষ্ঠিত মহিলা সকলে সমগ্র অঞ্চলত মদ মুক্ত কৰাৰ লক্ষ্যৰে এনে ধৰণৰ কায্যৰ্সূচি হাতত লোৱাৰ কথা জানিবলৈ দিয়ে। খুমটাই আৰক্ষী চকিৰ আৰক্ষী বিষয়া গৰাকীয়ে এই চুলাই উচ্ছেদ অভিয়ানত সকলো মহিলাকে একগোট হৈ আগবাঢ়ি আহি এই অভিয়ান সফল কৰিবলৈ সকলোকে অনুৰোধ জনায়।Conclusion:Byte 1/আৰক্ষী বিষয়া।
2/ স্থানীয় মহিলা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.