ETV Bharat / state

গোলাঘাটৰ মৰঙী শাঁওতলীত ব্যতিক্ৰমী ভোগালী উৎসৱ

author img

By

Published : Jan 15, 2021, 10:55 PM IST

মাঘৰ পহিলা দিনটোতে সাম্প্ৰতিক সময়ত হেৰাই যাব খোজা পৰম্পৰাগত খেল-ধেমালি সমূহ জীয়াই ৰখাৰ বিশেষ প্ৰয়াস কৰিলে শাঁওতলীবাসীয়ে ৷

unique-bhugali-bihu-celebration-at-morongi-of-golaghat
গোলাঘাটৰ মৰঙী শাঁওতলীত ব্যতিক্ৰমী ভোগালী উৎসৱ

গোলাঘাট,15 জানুৱাৰী: ৰাজ্যত অব্যাহত আছে ভোগালীৰ আনন্দ উল্লাস ৷ ভোগালী বিহুৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা ৷ এই ক্ষেত্ৰত বাদ পৰিল নৰল গোলাঘাটৰ মৰঙী অঞ্চলৰ শাঁওতলীবাসী ৰাইজো ৷ মাঘৰ পহিলা দিনটোতে সাম্প্ৰতিক সময়ত হেৰাই যাব খোজা পৰম্পৰাগত খেল-ধেমালি সমূহ জীয়াই ৰখাৰ বিশেষ প্ৰয়াস কৰিলে শাঁওতলীবাসীয়ে ৷

য'ত গীত,নৃত্যৰ উপৰিও কণমানি-বৃদ্ধ সকলৰ বাবে অনুষ্ঠিত কৰা হয়‍ বিভিন্ন ধৰণৰ খে‍ল ধেমালি ৷ ডেকা-বুঢ়া,জীয়ৰি-বোৱাৰী সকলোৱে মিলি ব্যতিক্ৰমী ৰূপত উদযাপন কৰিলে পহিলা মাঘৰ দিনটো ৷

লগতে পঢ়কঃ আমৰণ অনশন প্ৰত্যাহৰ সত্যৰঞ্জন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.