ETV Bharat / state

গোলাঘাটৰ এৰেঙ্গোগাপাৰাত যান বাহন আৰক্ষীৰ অভিযান - যান বাহন আৰক্ষী

পাৰ্কিং ব্যৱস্থা থকা স্বত্বেও উদণ্ড চালক সমূহে পথৰ দুয়ো কাষে বাহন ৰখায় যান-জঁট সৃষ্টি কৰে ৷ সেয়ে গোলাঘাট যান বাহন আৰক্ষীয়ে এৰেঙ্গোগাপাৰাৰ পথটোত যান বাহন আইন নমনা চালক সকলৰ বিৰুদ্ধে অভিযান চলায় ৷

গোলাঘাটৰ এৰেঙ্গোগাপাৰাত যান বাহন আৰক্ষীৰ অভিযান
author img

By

Published : May 5, 2019, 3:22 PM IST

গোলাঘাট , 05 মে': গোলাঘাটৰ এৰেঙ্গোগাপাৰাত ন' পাৰ্কিং আৰু পথৰ দুয়ো কাষে যান-বাহন ৰখোৱা চালকৰ বিৰূদ্ধে যান বাহন আৰক্ষীয়ে অভিযান চলায় ৷ গোলাঘাট নগৰত যান-জঁট সমস্যা লৈ ৰাইজে হাৰাশাস্তি ভোগাৰ অভিযোগ ৷

গোলাঘাটৰ এৰেঙ্গোগাপাৰাত যান বাহন আৰক্ষীৰ অভিযান
পাৰ্কিং ব্যৱস্থা থকা স্বত্বেও উদণ্ড চালক সমূহে পথৰ দুয়ো কাষে বাহন ৰখায় যান-জঁট সৃষ্টি কৰে ৷ ফলত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়লৈ অহা ৰোগী সকলে দুৰ্ভোগ ভুগিব লগীয়া হয় ৷ ইপিনে যান জঁটৰ বাবে বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলে বিদ্যালয়লৈ সময় মতে অহা যোৱাত সমস্যাৰ সৃষ্টি হয় বুলি জনায় ৰাইজে ৷ ইয়াৰোপৰিও বিভিন্ন সময়ত যান জঁটৰ বাবে পথটোত সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ সেয়ে দেওবাৰে গোলাঘাট যান বাহন আৰক্ষীয়ে এৰেঙ্গোগাপাৰাৰ অতি ব্যস্ত পথটোত যান বাহন আইন নমনা চালক সকলৰ বিৰুদ্ধে অভিযান চলায় তেওঁলোকৰ পৰা জৰিমনা বিহে ।

Intro:গোলাঘাট এৰেঙ্গোগাপাৰাত যান বাহন আৰক্ষীৰ অভিযান । ন পাৰ্কিং আৰু পথৰ দুয়ো কাষত যান বাহন ৰখোৱা চালকৰ বিৰূদ্ধে অভিযান । গোলাঘাট নগৰত যান-জঁট সমস্যা লৈ ৰাইজ হাৰাশাস্তি ভূগিব লগা হয় । নগৰৰ পথ সমূহত দুয়ো কাষে যান বাহন ৰাখি চালক সমূহে যান-জঁট সৃষ্টি কৰে । সেয়েহে দেওবাৰে গোলাঘাট যান বাহন আৰক্ষী এৰেঙ্গোগাপাৰা অতি ব্যস্ত পথটোত যান বাহন আইন নমনা এনে সমূহ চালক আৰু বাহনৰ বিৰুদ্ধে অভিযান চলায় আৰু জৰিমনা বিহে । অতি ব্যস্ত পথটোত গোলাঘাট শ্বহীদ কুশল কোৱৰ চিকিৎসালয় অহা ৰোগী সকলো দুৰ্ভোগ ভূগিব লগা হয় । যান জটৰ বাবে বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰী বিদ্যালয় সময় মতে অহা যোৱাত সমস্যাৰ সৃষ্টি হয় । বিভিন্ন সময়ত যান জঁটৰ বাবে দুৰ্ঘটনা ও ঘটে । পাৰ্কিং ব্যৱস্থা থকাৰ স্বত্বেও উদণ্ড চালক সমূহে পথৰ দুয়ো কাষে বাহন ৰখায় যান-জঁট সৃষ্টি কৰে ।Body:byte 1: যান বাহন আৰক্ষীConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV BHARAT,অসম
8638762280
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.