ETV Bharat / state

গোলাঘাটৰ দেৰগাঁৱৰ ৰে’ল গেটত উদ্ধাৰ বৃহৎ কাছ

author img

By

Published : Sep 18, 2020, 2:11 PM IST

বৃহস্পতিবাৰে নিশা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱা বামুণ গাঁও ৰে’ল গেটত উদ্ধাৰ এটা বৃহৎ কাছ ৷ কাছটোৰ ওজন প্ৰায় 15 কেজি ৷ বৃহৎ কাছটো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পুখুৰীত এৰি দিয়াৰ সিদ্ধান্ত লৈছে বনবিভাগে ৷

Tortoise rescue at Dergaon
দেৰগাঁৱৰ ৰে’ল গেটত উদ্ধাৰ বৃহৎ কাছ

গোলাঘাট, 18 ছেপ্তেম্বৰ: গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱা বামুণ গাঁও ৰে’ল গেটত বৃহস্পতিবাৰে নিশা উদ্ধাৰ হৈছে এটা বৃহৎ কাছ ৷ বৰুৱা বামুণ গাঁও ৰে’লগেটত কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে কাছটো ৷

দেৰগাঁৱৰ ৰে’ল গেটত উদ্ধাৰ বৃহৎ কাছ

উদ্ধাৰ হোৱা কাছটোৰ ওজন প্ৰায় 15 কেজি বুলি জানিব পৰা গৈছে ৷ শুকুৰবাৰে পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু আৰক্ষীৰ দল ৷ সম্প্ৰতি এই বৃহৎ কাছটো শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পুখুৰীত এৰি দিয়াৰ সিদ্ধান্ত লোৱা বুলি বনবিভাগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: পূৱ বিলাসীপাৰাৰ চাপৰৰ উচ্ছেদিত পৰিয়ালৰ কাষত জমিয়ত উলেমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.