ETV Bharat / state

ৰাজ্যত বাঘৰ আতংকঃ খুমটাইত ৰাইজৰ আক্ৰমণত মৃত্যু বাঘৰ - গুৱাহাটী বাঘৰ আতংক শেহতীয়া বাতৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঘৰ আতংক অব্যাহত থকাৰ সময়তেই খুমটাইৰ এজন ব্যক্তিক বাঘে আক্ৰমণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ বাঘৰ আক্ৰমণত আহত হয় খুমটাইৰ কেৰেলাচুকৰ জিতু গগৈ নামৰ ব্যক্তিজন ৷ আনহাতে, মহানগৰীৰ বিৰুবাৰীতো নাহৰফুটুকীৰ আতংক ৷ বিৰুবাৰীৰ কৃষ্ণ বাহাদুৰ নামৰ এজন লোকৰ ঘৰত ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীয়ে ৷

ৰাজ্যত বাঘৰ আতংকঃ খুমটাইত বাঘৰ আক্ৰমণত আহত 1
author img

By

Published : Oct 28, 2019, 8:15 PM IST

নিউজ ডেস্ক, 28 অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত আছে বাঘৰ আতংক ৷ ইয়াৰ মাজতে খুমটাইতো বাঘে চলাইছে সন্ত্ৰাস ৷ শেহতীয়াকৈ খুমটাইৰ এজন ব্যক্তিক আক্ৰমণ কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ তাঞ্চল্য ৷ বাঘৰ আক্ৰমণত আহত হয় খুমটাইৰ কেৰেলাচুকৰ জিতু গগৈ নামৰ ব্যক্তিজন ৷ ব্যক্তিজনে নিজৰ চাহ বাগান চাফা কৰি থকা অৱস্থাতে আক্ৰমণ কৰে এটা নাহৰফুটুকীয়ে ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে উক্ত স্থানত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ব্যক্তি জনক উদ্ধাৰৰ বাবে স্থানীয় লোকে বাঘটোক আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰে বাঘটো ৷

খুমটাইত বাঘৰ আক্ৰমণত আহত 1

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি এই অঞ্চলত কেইবাটাও বাঘে ছাগলী গৰু আদি আক্ৰমণ কৰি আহিছে ৷ ঘটনাস্থলীত গোলাঘাট বন বিভাগৰ লোক উপস্থিত হৈ মৃত বাঘটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় ৷ স্থানীয় লোকসকলে গাঁওখনত কেইবাটাও বাঘ থকাৰ সন্দেহ কৰি বনবিভাগক এটা পিঞ্জৰা দিবলৈ অনুৰোধ জনাইছে ৷

আনহাতে, মহানগৰীতো পুনৰ নাহৰফুটুকীৰ আতংক ৷ বিৰুবাৰীৰ কৃষ্ণ বাহাদুৰ নামৰ লোক এজনৰ ঘৰত ত্ৰাসৰ সৃষ্টি কৰিছে নাহৰফুটুকীয়ে ৷ আন্ধাৰ হ'লেই নাহৰফুটুকীৰ গোজৰণিত আতংকিত হৈ পৰে বিৰুবাৰীবাসী ৷ প্ৰতিদিনেই অঞ্চলটোত মুক্ত বিচৰণ কৰে নাহৰফুটুকীয়ে ৷ চি চি টিভিত বন্দী হয় নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায়েই জন অৰণ্যলৈ নামি আহে নাহৰফুটুকী ৷ বন বিভাগক এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইজে অঞ্চলটোৰ ৰাইজে ৷

মহানগৰীত বাঘৰ আতংক

Intro:খুমটাইৰ বিভিন্ন স্থানত বাঘে চলাইছে সন্ত্ৰাস।ইতিমধ্যে বহু জীৱ জন্তু নীহত হৈছে বাঘৰ আক্ৰমণত। শেহতীয়াকৈ খুমটাইৰ এজন ব্যক্তিক আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।Body:

খুমটাইত বাঘৰ আতংক ৷ বাঘৰ আক্ৰমণত আহত খুমটাইৰ কেৰেলাচুকৰ নিবাসী জিতু গগৈ (৪৫) নামৰ ব্যক্তিজন ৷ ব্যক্তিজনে নিজৰ চাহ বাগান চাফা কৰি থকা অৱস্থাত এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰে ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে উক্ত স্থানত এক হুলস্থুলীয়া পৰিবেশ সৃষ্টি হয়। ব্যক্তি জনক উদ্ধাৰৰ বাবে স্থানীয় লোকে বাঘটোক আক্ৰমণ কৰাত বাঘটো মৃত্যুমুখত পৰে ৷ স্থানীয় লোকৰ মতে বহুদিনৰ পৰাই এই অঞ্চলত কেইবাটাও বাঘে ছাগলী গৰু আদি আক্ৰমণ কৰি আহিছে ৷ ঘটনাস্থলীত গোলাঘাট বন বিভাগৰ লোক উপস্থিত হৈ মৃত বাঘটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় ৷ স্থানীয় লোকসকলে গাঁওখনত কেইবাটাও বাঘ থকাৰ সন্দেহ কৰি বনবিভাগক এটা পিঞ্জৰা দিবলৈ অনুৰোধ জনাইছে ৷Conclusion:Byte 1/ বন বিষয়া।

2/ স্থানীয় ব্যক্তি।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.