ETV Bharat / state

পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ - গোলাঘাট

পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত বিহাৰ আৰক্ষীৰ দপদপনি । বিহাৰৰ আৰা ষ্টেচনত ৰে'লখন ৰখাৰ সময়তে বিহাৰৰ যাত্ৰীক জোৰ জুলুমকৈ বিহাৰ আৰক্ষীয়ে ৰে'লত উঠাই দিয়াৰ অভিযোগ ৰে'লৰ যাত্ৰীৰ লগতে ৰে'ল কৰ্তৃপক্ষৰ ।

গোলাঘাট
পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ
author img

By

Published : May 25, 2020, 9:58 PM IST

গোলাঘাট, ২৫ মে: পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ । বিহাৰৰ আৰা ষ্টেচনত অসমলৈ অহা ৰে'ল ৰখাই বিহাৰৰ যাত্ৰীক জোৰ জুলুমকৈ বিহাৰ আৰক্ষীয়ে ৰে'লত উঠাই দিয়াৰ বাবে সংঘটিত হয় ভয়ানক পৰিস্থিতি ।

গোলাঘাট
পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ

কোনো সামাজিক দূৰত্ব নথকা যাত্ৰীসকলক ৰে'লত উঠোৱাৰ বাবে অসমৰ যাত্ৰীৰ বাধা প্ৰদান । বাধা প্ৰদান কৰাৰ বাবে ৰে'ল ৰখাই অসমৰ যাত্ৰীক নমাই দিয়ে বিহাৰৰ আৰক্ষীয়ে । যদিহে বিহাৰৰ লোকক ৰে'লখনত উঠিবলৈ নিদিয়ে তেন্তে ৰে'লখনো যাবলৈ দিয়া নহ'ব বলি ভাবুকি দিয়ে বিহাৰ আৰক্ষীয়ে ।

উল্লেখ্য যে, সকলো অসমৰ যাত্ৰী কঢ়িয়াই বিশেষ শ্ৰমিক ৰে'লখন পুনেৰ পৰা ৰাওনা হৈছিল অসমলৈ । বিহাৰত নিশাটো ৰে'লখন ৰখাই থোৱাৰ পাচতে সংঘটিত হয় এই ঘটনা । যাৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় অসমৰ যাত্ৰীসকলৰ মাজত । ৰেল মন্ত্ৰালয়ে সকলো নিৰ্ধাৰিত সুৰক্ষা ব্যৱস্থা কৰি দিয়াৰ পিচতো এইদৰে বিহাৰত আৰক্ষীৰ দ্বাৰা কাণ্ডজ্ঞানহীন কৰ্মৰ ফলত এতিয়া বহুতৰে জীৱনৰ প্ৰতি বিৰূপ ভাবুকি অহা পৰিলক্ষিত হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.