গোলাঘাট,10 জুনঃ গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ। মহাবিদ্যালয়খনৰ পুৰুষৰ প্ৰস্ৰাৱগাৰৰ কাষতে উদ্ধাৰ হয় মৃতদহটো । মৃত লোকজন ফৰকাটিং চাহ বাগিচাৰ ধনীৰাম ভূমিজ বুলি চিনাক্ত কৰা হৈছে । মানসিক ৰোগত আক্ৰান্ত আছিল লোকজন ৷ কিন্তু কেনেকৈ মহাবিদ্যালয়ৰ চৌহদত লোকজনৰ মৃত্যু হ'ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷
ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ - ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ
গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ ৷ মৃত লোকজন ফৰকাটিং চাহ বাগিচাৰ ধনীৰাম ভূমিজ বুলি চিনাক্ত
ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত মৃতদেহ উদ্ধাৰ
গোলাঘাট,10 জুনঃ গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত উদ্ধাৰ এগৰাকী পুৰুষৰ মৃতদেহ। মহাবিদ্যালয়খনৰ পুৰুষৰ প্ৰস্ৰাৱগাৰৰ কাষতে উদ্ধাৰ হয় মৃতদহটো । মৃত লোকজন ফৰকাটিং চাহ বাগিচাৰ ধনীৰাম ভূমিজ বুলি চিনাক্ত কৰা হৈছে । মানসিক ৰোগত আক্ৰান্ত আছিল লোকজন ৷ কিন্তু কেনেকৈ মহাবিদ্যালয়ৰ চৌহদত লোকজনৰ মৃত্যু হ'ল সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ৷
Golaghat 10.06.2019
slug : as_glt_dead body recover_vis_byte_7205572
O.C. গোলাঘাটৰ ফৰকাটিং মহাবিদ্যালয়ৰ চৌহদত পুৰুষৰ মৃতদেহ উদ্ধাৰ। মহাবিদ্যালয় খনৰ পুৰুষৰ প্ৰসাৱগাৰৰ কাষতে উদ্ধাৰ মৃতদহটো। মৃত লোকজন ফৰকাটিং চাহ বাগিচাৰ ধনীৰাম ভূমিজ বুলি চিনাক্ত। মানসিক ৰোগত আক্ৰান্ত আছিল লোকজন। কিন্তু কিয় আৰু কেনেকৈ মহাবিদ্যালয়ৰ চৌহদত মৃত্যু হল সেইয়া বৰ্তমান পোহৰলৈ অহা নাই। ঘটনাস্থলীত উপস্থিত আৰক্ষী।
Byte 1 : আত্মীয়।
Byte 2 : DSP Golaghat.
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Feed send by ftp.