ETV Bharat / state

মহকুমা চিকিৎসালয়লৈ উন্নীত হ'ব সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Jun 6, 2021, 4:44 PM IST

ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰক মহকুমা চিকিৎসালয়লৈ উন্নীত চৰকাৰৰ ৷ বিশ্ব পৰিৱেশৰ দিনা এই ঘোষণা কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ৷

sarupather public health centre develped to sub divisional medical centre
মহকুমা চিকিৎসালয়লৈ উন্নীত হ'ব সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

সৰুপথাৰ, 6 মে' : তেত্ৰিশ বছৰৰ দাবীৰ অন্তত ধনশিৰিবাসীৰ সপোন বাস্তৱ হোৱাৰ পথত । ধনশিৰিৰ স্বাস্থ্য খণ্ডত হ'ব এক নৱ সংযোজন । সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰক মহকুমা চিকিৎসালয়লৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়ৰ বাবে প্ৰায় ১২ কোটি ৫২ লাখৰ অধিক ধন দিছে আৱণ্টন কৰিছে বুলি জানিব পৰা গৈছে । সৰুপথাৰৰ চিকিৎসালয়ত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰি স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে ৰাজহুৱা কৰিলে এই তথ্য ।

তেওঁ প্ৰকাশ কৰা মতে তেত্ৰিশ বছৰে নোহোৱা কামৰ আৰম্ভণি হৈছে তেত্ৰিশ দিনত । চিকিৎসাখনৰ কাম সম্পন্ন হলে ধৱশিৰিবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাাধান হ’ব বুলি জানিবলৈ দিয়ে সৰুপথাৰৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দিল্লীত যুৱ কংগ্ৰেছৰ(IYC) প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.