ETV Bharat / state

গোলাঘাটত নিৰ্বাচনী বিষয়া-কৰ্মাচাৰীৰ খাদ্য যোগানৰ নামত প্ৰহসন - সৰুপথাৰ

গোলাঘাট জিলাৰ সৰুপথাৰত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যস্ত থকা প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলক বহু পলমকৈ আহাৰ যোগান ধৰাৰ বাবে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ খাদ্য যোগানকাৰী আৰু  প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ মাজত এই সন্দৰ্ভত সৃষ্টি হয় এক খণ্ডযুদ্ধৰ । ই টি ভাৰতৰ কেমেৰাত বন্দী হৈ ৰয় এই সকলোবোৰ দৃশ্য ।

প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলক খাদ্য যোগানৰ নামত প্ৰহসন
author img

By

Published : Apr 11, 2019, 12:52 AM IST

সৰুপথাৰ,১০ এপ্ৰিলঃ দেশৰ অন্য প্ৰান্তৰ লগতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ সৰুপথাৰতো ব্যাপক ব্যস্ততা ৷ ব্যস্ততাৰ মাজতে বুধবাৰে দুপৰীয়াভাগত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । পুৱাৰে পৰা বিভিvdv স্থানলৈ যাবলগীয়া প্ৰিজাইডিং আৰু প'লিং বিষয়াসকলৰ বাবে দুপৰীয়াৰ আহাৰ যোগান ধৰা হৈছিল যদিও খাদ্য যোগানৰ নামত ব্যাপক বেমেজালি হোৱাৰ অভিযোগ উঠিছে ৷

প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলক খাদ্য যোগানৰ নামত প্ৰহসন

খাদ্য যোগানকাৰী আৰু প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ মাজত এই সন্দৰ্ভত সৃষ্টি হয় এক খণ্ডযুদ্ধৰ । ই টি ভাৰতৰ কেমেৰাত বন্দী হৈ ৰয় এই সকলোবোৰ দৃশ্য ।

Intro:প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ সৰুপথাৰতো ব্যাপক ব্যস্ততা ৷ পুৱাৰে পৰা বিভিণ্ণ স্থানলৈ যাৱলগীয়া প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলৰ বাবে দুপৰীয়াৰ আহাৰ যোগান ধৰা হৈছিল যদিও খাদ্য যোগানৰ নামত ব্যাপক বেমেজালি হোৱাৰ অভিযোগ উঠিছে ৷Body:দুটা ভাইৰেল ভিডিঅ মূৰৰ কামোৰণি হৈ পৰিছে ধনশিৰি মহকুমা প্ৰশাসনৰ কাৰণে ৷ খাদ্যৰ নামত বহু পলমকৈ আহাৰ যোগান ধৰাৰ বাবে যোগানকাৰী ক্ষোভৰ বলি হবলগীয়া হয় ৷ অৱশেষত প্ৰশাসনীক বিষয়াৰ বুজনিত সমগ্ৰ বিষয়টো সাম কাটে যদিও কৰ্মচাৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছে ৷Conclusion:VIRAL VIDEO :- 1
VIRAL VIDEO :-2

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.