ETV Bharat / state

সৰুপথাৰত ডনবস্ক হাইস্কুলত অনুষ্ঠিত বিজ্ঞান আৰু কলা বিষয়ৰ প্ৰদৰ্শনীৰ সফল সমাপ্তি - SARUPATHAR, DON BOSCO SCHOOL EXHIBITION

30 আৰু 31 আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় এই কাৰ্যসূচী

সৰুপথাৰত ডনবস্ক হাইস্কুলত অনুষ্ঠিত বিজ্ঞান আৰু কলা বিষয়ৰ প্ৰদৰ্শনীৰ সফল সমাপ্তি
author img

By

Published : Aug 30, 2019, 3:44 PM IST

Updated : Aug 30, 2019, 3:55 PM IST

সৰুপথাৰ, 30 আগষ্ট:

  • সৰুপথাৰত ডনবস্ক হাইস্কুলত বিজ্ঞান আৰু কলা বিষয়ৰ প্ৰদৰ্শনীৰ সফল সমাপ্তি
  • দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই কাৰ্যসূচী
    সৰুপথাৰত ডনবস্ক হাইস্কুলত অনুষ্ঠিত বিজ্ঞান আৰু কলা বিষয়ৰ প্ৰদৰ্শনীৰ সফল সমাপ্তি
  • অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ধনশিৰি মহকুমাৰ মহকুমাধিপতি ডা: পি উদয়
  • এনে প্ৰদৰ্শন ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশত সহায়ক হব : ডা: পি উদয়

Intro:সৰুপথাৰ ডন বস্ক হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত ৩০ আৰু ৩১ আগষ্টত দুদীনিয়া কাৰ্যসুচীৰে বিজ্ঞান আৰু কলা বিষয়ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয় | Body:ধনশিৰি মহকুমাৰ মহকুমাধিপতি ডা: পি উদয় প্ৰবীণ মুখ্য অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শিত বিভিন্ন আৰ্হিৰ প্ৰকল্প সমূহ প্ৰত্যক্ষ কৰে | এনে প্ৰদৰ্শনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত নতুন চিন্তা উদ্ভৱ হোৱাৰ লগতে বৌদ্ধিক মানসিক বিকাশত সহায়ক হব বুলি মন্তব্য কৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অতিথি মহকুমাধিপতিয়ে |Conclusion:Byte 1,2 Teacher
Byte 3 SDO Civil

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Aug 30, 2019, 3:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.