ETV Bharat / state

দেৰগাঁৱত পথ দূৰ্ঘটনা : কথমপি প্ৰাণৰক্ষা চাৰিজনৰ

author img

By

Published : Jun 8, 2021, 3:08 PM IST

দেৰগাঁৱত পথ দুৰ্ঘটনা ৷ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা পৰিয়ালটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ নেৰানেপেৰা বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

road-accident-at-dergaon
দেৰগাঁৱত পথ দূৰ্ঘটনা : কথমপি প্ৰাণৰক্ষা চাৰিজনৰ

দেৰগাঁও, 8 জুন : দেৰগাঁৱৰ দাধৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা এখন এক্স ইউ ভি (XUV) বাহন দুৰ্ঘটনাত পতিত হয় ৷ এক্স ইউ ভি (XUV) বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ কাষৰ পথাৰত সোমায় ৷ দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ এন এল 07 এইছ 6789 (NL 07 H 6789) ৷

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত বিহাৰৰ এটা পৰিয়াল দুলীয়াজান অভিমুখে আহি আছিল ৷ বাহন খনত এহাল দম্পতিৰ লগত এটা এমহীয়া আৰু এটা পাঁচ বছৰীয়া শিশু আছিল ৷ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ ৷ দেৰগাঁও আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা পৰিয়ালটোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ নেৰানেপেৰা বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : খহনীয়াই ভাবুকি কঢ়িয়াইছে মাজুলীবাসীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.