দেৰগাঁও ৩ ছেপ্টেম্বৰঃ দেৰগাওঁত ভয়াৱহ পথ দূৰ্ঘটনা ৷ দেৰগাওঁ গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত এই ভয়াৱহ দূৰ্ঘটনা ৷ পালচাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত টুকুৰা টুকুৰ হ'ল বাইক ৷ গুৰুতৰ ভাবে আহত, দুজনক সংকটজনক অৱস্থাত গোলাঘাটলৈ প্ৰেৰণ ৷ আহত এজন অংকুৰ প্ৰতিম দাস বুলি চিনাক্ত ৷
দেৰগাঁৱত পথ দূৰ্ঘটনা - ROAD ACCIDENT
দেৰগাওঁ গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত এই ভয়াৱহ দূৰ্ঘটনা ৷ পালচাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত টুকুৰা টুকুৰ হ'ল বাইক ৷
দেৰগাঁৱত পথ দূৰ্ঘটনা
দেৰগাঁও ৩ ছেপ্টেম্বৰঃ দেৰগাওঁত ভয়াৱহ পথ দূৰ্ঘটনা ৷ দেৰগাওঁ গোলাঘাট সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত এই ভয়াৱহ দূৰ্ঘটনা ৷ পালচাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত টুকুৰা টুকুৰ হ'ল বাইক ৷ গুৰুতৰ ভাবে আহত, দুজনক সংকটজনক অৱস্থাত গোলাঘাটলৈ প্ৰেৰণ ৷ আহত এজন অংকুৰ প্ৰতিম দাস বুলি চিনাক্ত ৷
Intro:পথ দূৰ্ঘটনা দেৰগাঁৱত Body:দেৰগাঁও ৩ ছেপ্টেম্বৰ----------
* দেৰগাওত ভয়াবহ পথ দূঘটনা
* দেৰগাও গোলাঘাট সংযোগী পন্দ্ৰিত হেমচন্দ্ৰ গোস্বামী পথত এই ভয়াবহ দূঘটনা *পালচাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ
* টুকুৰা টুকুৰ হ'ল বাইক
* দুজন গুৰুত্বৰ ভাবে জখম
* সংকটজনক অৱস্থাত গোলাঘাটলৈ প্ৰেৰণ
* আহত এজন অংকুৰ প্ৰতিম দাস বুলি চিনাক্তConclusion:পথ দূৰ্ঘটনাৰ ফলত অঞ্চলটোত শোকৰ ছা পৰিছে।