ETV Bharat / state

দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন

author img

By

Published : Jun 2, 2021, 2:28 PM IST

নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন দুৰ্ঘটনাত পতিত ৷ তীব্ৰ বেগত বাহনখন আহি থকাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ৷

দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন
দুৰ্ঘটনাত পতিত নাহিদ আফ্ৰিনৰ পিতৃ-মাতৃৰ বাহন

দেৰগাঁও,2 জুন: কণ্ঠশিল্পী নাহিদ আফ্ৰিদৰ পিতৃ-মাতৃৰ বাহন দুৰ্ঘটনাত পতিত ৷ প্ৰাপ্ত তথ্য অনুসৰি, দেৰগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত পথৰ কাষত থকা গাঁতত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে চেণ্ট্ৰ’ বাহনখন ৷ দাধৰা পথাৰত সংঘটিত হোৱা দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে নাহিদৰ পিতৃ-মাতৃ ৷

বিশ্বনাথ চাৰিআলিৰ পৰা যোৰহাট অভিমুখে আহি থকা নাহিদৰ পিতৃ-মাতৃক উদ্ধাৰ কৰে দেৰগাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে দুয়োকে দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ তীব্ৰ বেগত বাহনখন আহি থকাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ৷

লগতে চাওকঃ কাৰ্বি শান্তি চুক্তি সাজু: বাঢ়িব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ আসনৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.