ETV Bharat / state

গোলাঘাটৰ লহেৰে চাপৰিত গ্ৰেপ্তাৰ দুধৰ্ষ চোৰাং চিকাৰী

author img

By

Published : Nov 11, 2020, 1:29 PM IST

কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰিত গ্ৰেপ্তাৰ কৰে দুধৰ্ষ চোৰাং চিকাৰী ৷ কেইদিনমান পূৰ্বেও গোলাঘাট আৰক্ষীয়ে বহুকেইজন চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে,51 বছৰীয়া চোৰাংচিকাৰীটোৱে পূৰ্বতেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও গড় হত্যা কৰি খৰ্গ বিক্ৰী কৰিছিল ৷

as_glt_01_rhino poachers nabbed_img_as10024
গোলাঘাটৰ লহেৰে চাপৰিত গ্ৰেপ্তাৰ দুধৰ্ষ চোৰাং চিকাৰী

গোলাঘাট,11 নৱেম্বৰ: গোলাঘাট জিলাৰ কমাৰগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰী | কমাৰগাঁও আৰক্ষীয়ে লহেৰে চাপৰিৰ মঙলবৰীয়া বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লংগুটি দলে (৫১) নামৰ দুধৰ্ষ গড় চিকাৰীটোক। কেইদিনমান পূৰ্বেও গোলাঘাট আৰক্ষীয়ে বহুকেইজন চিকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷

কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া ময়ুৰজ্যোতি গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰাং চিকাৰীটোক। 51 বছৰীয়া চোৰাংচিকাৰীটোৱে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰো চেষ্টা কৰিছিল ৷ পূৰ্বতেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও গড় হত্যা কৰি দুধৰ্ষ গড় চিকাৰীটোৱে খৰ্গ বিক্ৰী কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.