ETV Bharat / state

গোলাঘাটত ৰে'ল দুৰ্ঘটনাঃ নিহত 1

খুমটাইত শোকাৱহ ৰে'ল দুৰ্ঘটনা ৷ ৰে'ল লাইনৰ কাষেৰে আহি থকা অৱস্থাত মূৰ ঘূৰাই পৰে ভৃগু গগৈ নামৰ এজন যুৱক ৷ মূৰ ঘূৰাই পৰা ফলত হাত, ভৰি কটা যায় যুৱকজনৰ ৷

author img

By

Published : Feb 1, 2020, 10:08 AM IST

গোলাঘাট
গোলাঘাটত ৰে'ল দুৰ্ঘটনা, মৃত্যু 1

গোলাঘাট, 1 ফেব্ৰুৱাৰীঃ গোলাঘাটৰ খুমটাইত শুকুৰবাৰে নিশা সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা । খুমটাই চিকিৎসালয়ৰ সমীপৰ ৰে'ল লাইনত পৰি নিহত হয় ভৃগু গগৈ নামৰ এজন যুৱক ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নুমলীগড় শোধনাগাৰৰ পৰা তেল ভৰ্তি মালবাহী ৰে'ল এখন আহি থকা অৱস্থাতেই ৰে'ল লাইনৰ কাষেৰে গৈ থকা যুৱকজনৰ হঠাতেই মূৰ ঘূৰাই ৰে'ল লাইনত পৰি যায় । ফলত দুৰ্ভগীয়া যুৱকজনৰ এখন ভৰি আৰু এখন হাত সম্পূৰ্ণৰূপে কটা যায় । পৰৱৰ্তি সময়ত স্থানীয় লোকে ভৃগু গগৈক উদ্ধাৰ কৰি ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা ভৃগুৰ চিকিৎসায়লৈ নিয়া অৱস্থাতে মৃত্যু হয় ৷

গোলাঘাটত ৰে'ল দুৰ্ঘটনা, মৃত্যু 1

আৰু পঢ়কঃ বৰপেটা, ওদালগুৰিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল তিনিজনৰ

Intro:Body:গোলাঘাটৰ খুমটাইত নিশা দুৰ্ঘটনা। খুমটাই চিকিৎসালয় সমীপত ৰেল লাইনত পৰি ভিগু গগৈ নামৰ যুৱক জনৰ হাত ভৰি কটা গ'ল। নুমলীগড় শোধনাগাৰ পৰা তেল ভৰ্তি মালবাহী ৰেল আহি থকা অৱস্থাত যুৱকজন ৰেল লাইনৰ কাষে আহি থাকোতে হঠাৎ মুৰ ঘূৰাই ৰেল লাইনত পৰি ঘটনাটো সংঘটিত হয়।গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ভিগু গগৈৰ এখন ভৰি আৰ এখন হাত সম্পূৰ্ণৰূপে কটা গ'ল। স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ গোলাঘাট কুশঁল কোৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল যদিও পথতে মৃত্যু হয় ভিগু গগৈৰ।Conclusion:Byte 1: স্থানীয় ব্যক্তি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.