ETV Bharat / state

চূড়ান্ত এন আৰ চিকলৈ অসন্তুষ্টি প্ৰকাশ মন্ত্ৰী পিযুষ হাজৰিকা আৰু কামাখ্যা প্ৰসাদ তাছাৰ

গোলাঘাটত এন আৰ চি সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকা আৰু কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিক্ৰিয়া প্ৰকাশ

চূড়ান্ত এন আৰ চি কলৈ অসন্তুষ্টি প্ৰকাশ
author img

By

Published : Sep 1, 2019, 4:05 PM IST

গোলাঘাট,1 ছেপ্টেম্বৰ : গোলাঘাটত এন আৰ চিক লৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিক্ৰিয়া প্ৰকাশ । মন্ত্ৰী পিযুষ হাজৰিকাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় " এই এন আৰ চি এক ভেকো ভাৱনাহে হ'ল" ৷ আগৰে পৰাই এন আৰ চিক লৈ সন্তুষ্ট নহয় মন্ত্ৰী পিযুষ হাজৰিকা। কালি ঘোষণা কৰা চূড়ান্ত এন আৰ চিক লৈ মুঠেই সন্তুষ্ট নহয় মন্ত্ৰী জন।

চূড়ান্ত এন আৰ চি কলৈ অসন্তুষ্টি প্ৰকাশ

আনহাতে এন আৰ চি সম্পৰ্কত প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাইও প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া। এন আৰ চিক লৈ মুঠেই সন্তুষ্ট নহয় প্ৰাক্তন সাংসদ জন। গোলাঘাটত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান গোলাঘাটৰ কাৰ্যালয়ত নগৰীয়া জীৱিকা কেন্দ্ৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই মন্ত্ৰী পিযুষ হাজৰিকা আৰু প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷

Intro:গোলাঘাটত এনআৰচিক লৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া। অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান গোলাঘাটৰ উদ্যাগত দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় নাগৰীয়া জীৱিকা অভিযানৰ অংশীদাৰ সকলৰ এখনি সভা আহ্বান কৰি এই মন্তব্য আগবঢ়াই।

Body:গোলাঘাটত এনআৰচিক লৈ মন্ত্ৰী পিযুষ হাজৰিকা আৰু কামাখ্যা প্ৰসাদ তাচাৰ প্ৰতিক্ৰিয়া। মন্ত্ৰী পিযুষ হাজৰিকাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় এন আৰ চি এক ভেকুভাওনাহে হল। আগৰে পৰাই এন আৰ চিক লৈ সন্তুষ্ট নহয় মন্ত্ৰী পিযুষ হাজৰিকা। কালি ঘোষণা কৰা চূড়ান্ত এন আৰ চিক লৈ মুঠেই সন্তুষ্ট নহয় মন্ত্ৰী জন। ৪০ বছৰীয়া অসম আন্দোলনক অপমান কৰাৰ লগতে ছহিদক অপমান কৰা বুলি মন্তব্য। বৰাকত 96% নাম অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰমাণ কৰে এন আৰ চি শুদ্ধ নহয়। আনহাতে এন আৰ চি সম্পৰ্কত কামাখ্যা প্ৰসাদ তাছাৰও প্ৰতিক্ৰিয়া। এন আৰ চিক লৈ মুঠেই সন্তুষ্ট নহয় প্ৰাক্তন সাংসদ জন। অকল ছহিদেই নহয় , অসম আন্দোলনৰ ফলশ্ৰুতিত সম্পন্ন হোৱা এন আৰ চিয়ে অসমৰ মানুহক সন্তুষ্ট কৰিব নোৱাৰিলে। আমি খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বিকল্প চিন্তা কৰিব লাগিব বুলি কয় কামাখ্যা প্ৰসাদ তাচাই। গোলাঘাটত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান গোলাঘাটৰ কাৰ্যালয়ত নগৰীয়া জীৱিকা কেন্দ্ৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই মন্ত্ৰী পিযুষ হাজৰিকা আৰু প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছায়ে। কেন্দ্ৰটো উদ্বোধন কৰাৰ পিছত গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান গোলাঘাটৰ উদ্যোগত দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অংশীদাৰসকলৰ এখনি সভা অনুষ্ঠিত হৈ যায়। এই সভাতে গোলাঘাট পৌৰ এলেকাৰ মহিলা আত্ম সহায়ক গোট সমূহলৈ ঘূৰ্ণীয়মান পুঁজি বিতৰণ কৰে। সভাত উপস্থিত থাকে গোলাঘাটৰ বিধায়ক অজন্তা নেওগ, প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই।

Conclusion:Byte 1: পিযুষ হাজৰিকা।
Byte 2: কামাখ্যা প্ৰসাদ তাছা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.