ETV Bharat / state

বগাহাতীত পৰিণত সৰুপথাৰৰ যোৰহটীয়াৰ পানী যোগান আঁচনি

সৰুপথাৰত বিকল ইখনৰ পাচত সিখন পানী যোগান আঁচনি ৷ হাবি-জংঘলে আৱৰি ধৰিছে ৫৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পানী যোগান আঁচনি ৷

বিকল যোৰহটীয়াৰ পানী যোগান আঁচনি
author img

By

Published : May 28, 2019, 3:13 PM IST

সৰুপথাৰ , 28 মে' : সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিন্ন ঠাইত বিকল ইখনৰ পাচত সিখন পানী যোগান আঁচনি ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰুপথাৰ উপ-সংমণ্ডল কাৰ্যালয়ৰ আধীনস্থ যোৰহটীয়া গাঁৱত বিগত তিনি বছৰ ধৰি বিকল হৈ পৰি ৰৈছে পানী যোগান আঁচনি ৷ ফলত বিশুদ্ধ খোৱাপানীৰ অভাৱত জীয়াতু ভুগিছে যোৰহটীয়া গাঁৱৰ শতাধিক পৰিয়ালে ৷

বিকল যোৰহটীয়াৰ পানী যোগান আঁচনি

প্ৰায় ৫৫ লাখ টকা ব্যয়ৰে যোৰহটীয়াত নিৰ্মাণ কৰা পানী যোগানৰ কাৰ্যালয়ত বৰ্তমান চাৰিওদিশে হাবি-জংঘল ৷ গাঁওখমনত এই আঁচনিখনৰ পানীৰ 120 টা গৃহ সংযোগকাৰী উপভোক্তা পৰিয়াল আছিল যদিো পৰিচালনাৰ অভাৱত আঁচনিখনৰ পানী সৰবৰাহকাৰী পাইপ সমূহ ফাটি যোৱাত এতিয়া বিশুদ্ধ খোৱাপানীৰ অভাৱত পৰিছে গাঁওখনৰ বাসিন্দা ৷ ফলত বৰপথাৰ-গোলাঘাট সংযোগী ধোন্দাচাম এন চি চি পথৰ কাষতে হাবি জংঘলৰ মাজত বিকল হৈ পৰি থকা এই পানী যোগান আঁচনিখন পুনৰ সচল কৰি ৰাইজক বিশুদ্ধ পানী যোগান ধৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Intro:বগা হাতীত পৰিনত হৈছে জন স্বাস্হ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিসমূহ ৷ সৰুপথাৰ বিধান সভা সমষ্টিত ইখনৰ পিচত সিখন বিকল হৈ পৰিছে পানী যোগান আঁচনি ৷ জন স্বাস্হ্য কাৰিকৰী বিভাগৰ সৰুপথাৰ উপ সংমণ্ডল কাৰ্য্যালয়ৰ আধীনস্হ যোৰহটীয়া গাঁও পানী যোগান আঁচনিখন বিগত প্ৰায় তিনি বছৰ ধৰি বিকল হৈ থকাত বিশুদ্ধ পানী সেৱনৰ পৰা বঞ্চিত হৈ আছে বৃহত্তৰ নতুন যোৰহটীয়া গাৱৰ শতাধিক পৰিয়াল ৷
Body:প্ৰায় ৫৫ লাখ টকা ব্যয় কৰি নিৰ্মান কৰা এই আচনিখন বৰ্তমান হাবিজংঘলে আৱৰি ধৰছে ৷ সচল অৱস্হাত থকা সময়ত এই আঁচনি খনৰ পানীৰ ১২০ টা গৃহ সংযোগকাৰী উপভোক্তা পৰিয়াল আছিল ৷ কিন্তু পৰিচালনাৰ অভাৱত আঁচনিখনৰ পানী সৰবৰাহকাৰী পাইপ সমূহ ফাটি চিটি যোৱাত আচনিখনে গ্ৰাহকক পানী যোগান ধৰাত অক্ষম হৈ পৰিল ৷ বৰপথাৰ গোলাঘাট সংযোগী ধোন্দাচাম এন চি চি পথৰ কাষতে হাবি জংঘলৰ মাজত বিকল হৈ পৰি থকা এই পানী যোগান আঁচনিখন পুনৰ সচল কৰি ৰাইজক বিশুদ্ধ পানী যোগান ধৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্হানীয় ৰাইজে ৷Conclusion:BYTE :-1 স্থানীয় ৰাইজ
BYTE :-2 স্থানীয় ৰাইজ
BYTE :-3 স্থানীয় ৰাইজ

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.