ETV Bharat / state

গোলাঘাটত গভীৰ নিদ্ৰাত বিদ্যুৎ বিভাগ

author img

By

Published : Oct 7, 2020, 5:34 PM IST

বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে গোলাঘাটবাসী ৷ তিনিদিন পূৰ্বৰে পৰা চিঙি পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ মেৰামতি কৰিবলৈ সময় নাই বিভাগটোৰ ৷ উপায়বিহীন ৰাইজে কাষ চাপিলে সংবাদ মাধ্যমৰ ৷

public create hungama feeling irrited workings of APDCL golaghat assam etv bharat news
গভীৰ নিদ্ৰাত বিদ্যুৎ বিভাগ

গোলাঘাট,7 অক্টোবৰ: গভীৰ নিদ্ৰাত ব্যস্ত ৰাজ্য় চৰকাৰৰ এটা বিয়াগোম বিভাগ ৷ বিভাগটোৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ৷ এয়া হৈছে গোলাঘাটৰ বিদ্যুৎ বিভাগৰ কৰ্মৰাজী ৷ বিভাগটোৰ কাণ্ডজ্ঞানহীনতাৰ ফলতে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সৰু কছাৰী গাঁৱত । প্ৰায় 45 টা পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে গাঁৱখনৰ এটা পথৰ সমীপতে এডাল উচ্চ বিদ্যুৎ প্ৰবাহিত তাঁৰ প্ৰায় তিনিদিন ধৰি উন্মুক্ত হৈ পৰি ৰৈছে ৷ স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত বিভাগক সদৰী কৰাৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ’ল বিভাগটোৰ কোনো এগৰাকী কৰ্মচাৰী বা অভিযন্তা ৷

গভীৰ নিদ্ৰাত বিদ্যুৎ বিভাগ

ইফালে সাম্ভাৱ্য বিপদৰ কথা জানিও বিভাগৰ গা লৰাব নোৱাৰি উপায়বিহীন হৈ পৰিছে অঞ্চলবাসী ৷ শেষত বুধবাৰে বিষয় সন্দৰ্ভত সহায় বিচাৰি ৰাইজে কাষ চাপে সংবাদ মাধ্যমৰ ৷

লগতে চাওকঃ পিষ্টলসহ আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.