ETV Bharat / state

গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ

author img

By

Published : Mar 6, 2021, 9:03 PM IST

অসমত বিজেপি দলে চুতীয়া জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ ৮ টা সমষ্টিত চুতীয়া প্ৰাৰ্থীত্ব প্ৰদান নকৰাত বিজেপিৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ
গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ

গোলাঘাট,6 মাৰ্চঃ গোলাঘাটত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰতিবাদ । অসমত বিজেপি দলে চুতীয়া জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলৰ ৮ টা সমষ্টিত চুতীয়া প্ৰাৰ্থীত্ব প্ৰদান নকৰাত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ।

শনিবাৰে চুতীয়া ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ । বিজেপি দলে চুতীয়া জনগোষ্ঠীক প্ৰতাৰণা কৰা আৰু ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰদান কৰাৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ ।

লগতে পঢ়কঃ প্ৰাসংগিক প্ৰেক্ষাপটঃ আজিৰ অতিথি জয়শ্ৰী গোস্বামী মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.