ETV Bharat / state

Ram Nath Kovind Assam Visit: ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত এজন

author img

By

Published : Feb 26, 2022, 2:54 PM IST

Updated : Feb 26, 2022, 4:01 PM IST

বোকাখাতত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ গাড়ীৰ খুন্দাত নিহত হয় এজন লোক ৷

Ram Nath Kovind Assam Visit
ৰাষ্ট্ৰপতি কনভয়ৰ খুন্দাত নিহত এজন

বোকাখাত, 26 ফেব্ৰুৱাৰী: বোকাখাতত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ গাড়ীৰ খুন্দাত নিহত হয় এজন লোকৰ ৷ নিহত লোকজনৰ নাম ভায়া ৰবিদাস ৷ ৰাষ্ট্ৰপতিৰ কনভয় পাৰ হোৱাৰ সময়তে গাড়ীৰ সন্মুখেৰে হঠাৎ লোকজনে পাৰ হ’ব লওতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

ৰাষ্ট্ৰপতিৰ কনভয়ৰ খুন্দাত নিহত এজন

ৰাষ্ট্ৰপতি গৰাকীৰ কাজিকঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ থকাৰ সময়তে বোকাখাত জেডিএছজি মহাবিদ্যালয়ৰ পৰা প্ৰায় ১৫০ মিটাৰ নিলগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।

Last Updated : Feb 26, 2022, 4:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.