ETV Bharat / state

গোলাঘাটত অধিবক্তা আৰু আৰক্ষীয়েও ভৰিলে জৰিমনা

author img

By

Published : Nov 29, 2019, 5:46 PM IST

সাৱধান ! আপুনিও ভৰিব পাৰে জৰিমনা ৷ ইতিমধ্যে গোলাঘাটত খোদ আৰক্ষী আৰু অধিবক্তাই ভৰিব লগা হ'ল জৰিমনা ৷ যান বাহন আইন উলংঘা কৰি ভৰিলে ধন ৷

ETV BHARAT
গোলাঘাটত কৰ্তব্য লৈ ওলাই আহি অধিবক্তা আৰু আৰক্ষীয়ে ভৰিলে জৰিমনা

গোলাঘাট, 29 নৱেম্বৰঃ এইবাৰ গোলাঘাটত যান-বাহন আৰক্ষীৰ পাকত খোদ আৰক্ষী বিষয়া আৰু অধিবক্তা ৷ নতুনকৈ প্ৰণয়ন কৰা যান-বাহন আইন মানি নচলাৰ বাবেই বহুলোকক গোলাঘাটৰ যান-বাহন আৰক্ষীয়ে বিহিলে জৰিমনা ৷

গোলাঘাটত কৰ্তব্য লৈ ওলাই আহি অধিবক্তা আৰু আৰক্ষীয়ে ভৰিলে জৰিমনা
এইবাৰ সাধাৰণ লোক নহয়। অধিবক্তা আৰু আৰক্ষীও বাছি নগ'ল নতুন কৈ প্ৰণয়ন হোৱা যান-বাহন আইন প্ৰক্ৰিয়াৰ বাবে। এইবাৰ ৰাতিপুৱাতে কৰ্তব্যলৈ ওলাই আহি অধিবক্তা আৰু আৰক্ষীয়েও ভৰিব লগা হ'ল জৰিমনা। কাৰণ তেওঁলোকৰ নাই হেলমেট অথবা গাড়ীৰ সম্পূৰ্ণ নথি-পত্ৰ ৷ খোদ আৰক্ষী বিষয়াই উলংঘা কৰিছে যান-বাহন আইনৰ নীতি -নিয়ম ৷ শুকুৰবাৰে গোলাঘাট চহৰত যান-বাহন আৰক্ষীয়ে চলোৱা অভিযানত হেলমেট পৰিধান নকৰা বাইক আৰোহীৰ লগতে যানবাহন আইন মানি নচলা লোকক আৰক্ষীয়ে বিহে জৰিমনা ।

লগতে পঢ়কঃকেব বিৰোধী প্ৰতিবাদত কপিল শিৱসাগৰ

Intro:এইবাৰ সাধাৰণ লোক নহয়। অধিবক্তা আৰু আৰক্ষীও বাছি নগল নতুন কৈ প্ৰণয়ন কৰা যান বাহন আইনৰ প্ৰক্ৰিয়াৰ পৰা। গোলাঘাট যানবাহন আৰক্ষীয়ে যানবাহন আইন উলংঘা কৰা সকলক নাকি লগাবলৈ সক্ষম হোৱা নাই। ঠিক একেদৰে আইনক ৰক্ষণাবেক্ষণ দিয়া সকলেও উলংঘা কৰি আহিছে যানবাহন আইন। এইবাৰ পুৱাতে কৰ্তব্য লৈ উলাই অহা অধিবক্তা আৰু আৰক্ষীয়েও ভৰিব লগা হয় জৰিমনা।Body:গোলাঘাটত আইনক কেৰেপ নকৰা একাংশৰ মূৰৰ কামোৰণি হল যান বাহন আৰক্ষী। এইবাৰ বাচি নগ'ল গোলাঘাটৰ আৰক্ষী আৰু অধিবক্তা। পুৱাই কৰ্তব্য লৈ উলাই অহা মহিলা অধিবক্তায়ে আইন উলংঘা কৰি হেলমেট পৰিধান নকৰাৰ বাবেই জৰিমনা ভৰিব লগা হয়। ঠিক একেদৰে এজন আৰক্ষীৰ লোকো ভৰিব লগা হয় জৰিমনা। এতিয়া সাধাৰণ লোকৰ কথা নহয় খুদ আইন আৰু অপৰাধক ৰক্ষণাবেক্ষণ দিয়া সকলেও উলংঘা কৰিছে যানবাহন আইন। যাৰবাবে সাধাৰণ লোকক জৰিমনা বিহি থাকোতে আইনে হাৰি যাব নিদিলে অধিবক্তা আৰু আৰক্ষীক। শুক্ৰবাৰে গোলাঘাট নগৰত বহ হেলমেট পৰিধান নকৰা বাইট আৰোহীক যানবাহন আৰক্ষীয়ে বিহে জৰিমনা।Conclusion:Byte 1: আৰক্ষী।
Byte 2: অধিবক্তা।
Byte 3: যানবাহন আৰক্ষী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.