ETV Bharat / state

জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 19 গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি

author img

By

Published : Jul 4, 2020, 8:52 AM IST

জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 19 গৰাকীৰ দেহত লাভ কৰা হৈছে কৰ'ণাৰ অৱস্থিতি ৷ জয়ন্ত সিনহাৰ পত্নী আৰু কন্যাও আক্ৰান্ত কৰ'ণা ভাইৰাছত ৷

জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ আহিছিল লোকসকল
গোলাঘাটত 19 গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি

গোলাঘাট, 4 জুলাই : ক্ৰমাৎ বৃদ্ধি পাইছে গোলাঘাট জিলাত কৰ'ণা আক্ৰান্তৰ সংখ্যা । শুকুৰবাৰ পৰ্যন্ত গোলাঘাটত কৰ'ণা আক্ৰান্তৰ সংখ্যা 26 গৰাকীলৈ বৃদ্ধি পাইছে ৷ গোলাঘাটৰ লাইফ লাইন নাৰ্চিং হ'মৰ কৰ্মচাৰী জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 19 গৰাকীৰ দেহত লাভ কৰা হৈছে কোভিড-19 ৷ জয়ন্ত সিনহাৰ পত্নী আৰু কন্যাও আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

গোলাঘাটত 19 গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি

আক্ৰান্ত সকল কোৱাৰেণ্টাইনত আছিল যদিও তেওঁলোকৰ সংস্পৰ্শলৈ অহা অধিক লোকৰ পজিটিভ ওলোৱাৰ সম্ভাৱনা আছে । প্ৰশাসনৰ তৰফৰ পৰা গণ সংক্ৰমণৰ বিষয়টো নুই কৰিলেও চিন্তিত হৈ পৰিছে প্ৰশাসন ৷

লগতে পঢ়ক : কৰ’ণা ভাইৰাছৰ সুৰক্ষাৰ নামত যুৱতীক হাৰাশাস্তি নগা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.