ETV Bharat / state

মেৰাপানীত সংঘটিত নৃশংস হত্যাকাণ্ড

author img

By

Published : Nov 17, 2019, 4:39 PM IST

মহুৰাম দাস(৫৫) নামৰ এজন অসুস্থ লোকক মৰিয়াই হত্যা কৰে কৃষ্ণমনি চুতীয়া নামৰ এজন যুৱকে ।

মেৰাপানীত সংঘটিত নৃশংস হত্যাকাণ্ড

গোলাঘাট, 17 নৱেম্বৰ: গোলাঘাটৰ মেৰাপানীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । মহুৰাম দাস(৫৫) নামৰ এজন অসুস্থ লোকক মৰিয়াই হত্যা কৰে কৃষ্ণমনি চুতীয়া নামৰ এজন যুৱকে । উল্লেখ্য যে, মেৰাপানী বজাৰত এখন চাহৰ হোটেল দি মাতৃ আৰু পত্নীৰ সৈতে বসবাস কৰা কৃষ্ণমনি চুতীয়াই কোনো কাৰণত ব্যক্তিজনৰ সৈতে তৰ্কত লিপ্ত হয় । ইয়াৰ পিছত উপৰ্যুপৰি লাঠিৰে মাৰধৰ কৰাত লোকজন গুৰুতৰভাৱে আহত হয় । নিশাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিছু সময়ৰ পিছতে চিকিৎসকে মৃত ঘোষণা কৰে । ইফালে হত্যাকাৰী কৃষ্ণমনি চুতীয়াক ৰাইজে আটক কৰি নিশাই মেৰাপানী আৰক্ষীক গতাই দিয়ে ।

Intro:গোলাঘাটৰ মেৰাপানীত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । মহুৰাম দাস(৫৫) নামৰ এজন অসুস্থ লোকক মৰিয়াই হত্যা কৰে কৃষ্ণমনি চুতীয়া নামৰ এজন যুৱকে । উল্লেখ্য মেৰাপানী বজাৰত এখন চাহৰ হোটেল দি মাতৃ আৰু পত্নীৰ সৈতে বসবাস কৰা কৃষ্ণমনি চুতীয়াই কোনো কাৰণত ব্যক্তিজনৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় । ইয়াৰ পিছত উপৰ্যপৰি লাঠিৰে মাৰধৰ কৰাত লোকজন গুৰুতৰভাৱে আহত হয় । নিশাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কিছু সময়ৰ পিছত মৃত্যু হয় । ইফালে হত্যাকাৰী কৃষ্ণমনি চুতীয়াক ৰাইজে আটক কৰি নিশাই মেৰাপানী আৰক্ষীক গতাই দিয়ে । 

Body:Byte : আত্মীয় ।
Conclusion:গোলাঘাট পৰা চামিম আলি, etv Bharat,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.