দেৰগাঁও 9 ছেপ্টেম্বৰঃ ফুটবল খেলত গৌৰৱ গগৈৰ ঝুমুৰ নৃত্য ৷ দেৰগাৱঁৰ চকলাটিং চাহ বাগিচাত চলি থকা প্ৰাইজমানি ফুটবল খেলৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷ চকলাটিং চাহ বাগিচা আৰু বহুমুখী প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত হোৱা খেলখনৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে । খেল উদ্বোধন কৰি ঝুমুৰৰ তালে তালে নাচি উঠে সাংসদ গৰাকী ৷ উল্লেখ্য যে চূড়ান্ত খেলখনত লহপহীয়া চাহ বাগিচা একাদশে ৰঙামাটি বাগিচা একাদশক 2-1 গ’লত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান দখল কৰে ।
দেৰগাৱঁত সাংসদ গৌৰৱ গগৈৰ ঝুমুৰ নৃত্য - ৰঙামাটি বাগিচা একাদশ
ফুটবল খেলত গৌৰৱ গগৈৰ ঝুমুৰ নৃত্য ৷ দেৰগাৱঁৰ চকলাটিং চাহ বাগিচাত চলি থকা প্ৰাইজমানি ফুটবল খেলৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷ চকলাটিং চাহ বাগিচা আৰু বহুমুখী প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত হোৱা খেলখনৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ।
দেৰগাৱঁত সাংসদ গৌৰৱ গগৈৰ ঝুমুৰ নৃত্য
দেৰগাঁও 9 ছেপ্টেম্বৰঃ ফুটবল খেলত গৌৰৱ গগৈৰ ঝুমুৰ নৃত্য ৷ দেৰগাৱঁৰ চকলাটিং চাহ বাগিচাত চলি থকা প্ৰাইজমানি ফুটবল খেলৰ চূড়ান্ত খেলখন দেওবাৰে অনুষ্ঠিত হয় ৷ চকলাটিং চাহ বাগিচা আৰু বহুমুখী প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত হোৱা খেলখনৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে । খেল উদ্বোধন কৰি ঝুমুৰৰ তালে তালে নাচি উঠে সাংসদ গৰাকী ৷ উল্লেখ্য যে চূড়ান্ত খেলখনত লহপহীয়া চাহ বাগিচা একাদশে ৰঙামাটি বাগিচা একাদশক 2-1 গ’লত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান দখল কৰে ।
Intro:ফুটবল খেলত গৌৰৱ গগৈ Body:
ফুটবল খেলত গৌৰৱ গগৈৰ ঝুমুৰ নাচ
---------------------------------------------
দেৰগাঁও ৯ছেপ্টেম্বৰ-- দেৰগাৱঁৰ চকলাটিং চাহ বাগিচাত ১৫ আগষ্টৰ পৰা আৰম্ভ হোৱা প্ৰাইজমনি ফুটবল খেলৰ চূড়ান্ত খেল খন অনুষ্ঠিত হয় দেওঁবাৰে । চূড়ান্ত খেলখনত লহপহীয়া চাহ বাগিচা একাদশে ৰঙামাটি বাগিচা একাদশক ২ - ১ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান দখল কৰে । চকলাটিং চাহ বাগিচা আৰু বহুমুখী প্ৰকল্পৰ উদ্যোগত অনুস্থিত হোৱা এই খেলখনৰ শুভাৰম্ভ কৰে কৰিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে । খেল উদ্ধাধন কৰিবলৈ আহি এইদৰে ঝুমুৰ নচা দেখা গ'ল সাংসদ গৰাকীয়ে ।Conclusion:খেল উপভোগ কৰি সকলোয়ে সুখি হয় ।

Last Updated : Sep 13, 2019, 3:32 PM IST