- গোলাঘাট বগীজান আৰক্ষীৰ জালত এটা মোবাইল চুৰ ৷
- আটকাধীন চোৰটোৰ পৰা আৰক্ষীয়ে বহু কেইটা দামী মোবাইল জব্দ কৰে ৷
- দীর্ঘদিনে বগীজান অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰটোৱে ৷
- শনিবাৰে বগীজান আৰক্ষীয়ে অভিযান চলাই কাৰ্বিআংলঙৰ দুৰ্গম অঞ্চলৰ পৰা আটক কৰে চোৰটোক ৷
গোলাঘাটত আৰক্ষীৰ জালত মোবাইল চুৰ
চুৰ টোক আটক কৰি বগীজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
গোলাঘাটত আৰক্ষীৰ জালত মোবাইল চুৰ
- গোলাঘাট বগীজান আৰক্ষীৰ জালত এটা মোবাইল চুৰ ৷
- আটকাধীন চোৰটোৰ পৰা আৰক্ষীয়ে বহু কেইটা দামী মোবাইল জব্দ কৰে ৷
- দীর্ঘদিনে বগীজান অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰটোৱে ৷
- শনিবাৰে বগীজান আৰক্ষীয়ে অভিযান চলাই কাৰ্বিআংলঙৰ দুৰ্গম অঞ্চলৰ পৰা আটক কৰে চোৰটোক ৷
Intro:গোলাঘাট বগীজান আৰক্ষীৰ জালত এটা মোবাইল চুৰ । জব্দ বহু কেইটা মোবাইল।
Body:গোলাঘাট বগীজান আৰক্ষীৰ জালত এটা মোবাইল চুৰ । দীর্ঘদিনে বগীজান অঞ্চলত ত্ৰাস ৰ সৃষ্টি কৰি আহিছিল ৰাহুল ইংতি (১৬) নামৰ চুৰটোৱে । আজি বগীজান আৰক্ষীয়ে অভিযান চলাই কাৰ্বিআংলং ৰ দুৰ্গম অঞ্চলৰ পৰা আটক কৰে চুৰ টোক । চুৰটোৰ পৰা বহু কেইটা দামী মোবাইল জব্দ কৰিছে আৰক্ষী য়ে । চুৰ টোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বগীজান আৰক্ষীয়ে ।Conclusion:Byte 1 : আৰক্ষী
Byte 2 : মোবাইল চোৰ
গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম