ETV Bharat / state

বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Jan 23, 2020, 9:06 PM IST

বহস্পতিবাৰে বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন কৰে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ৷

মৃনাল শইকীয়া
বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন

খুমটাই, 23 জানুৱাৰীঃ খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াক ক'লা পতাকা প্ৰদৰ্শন । নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ উপৰিও বিভিন্ন মন্তব্যৰে সংবাদ শিৰোনামা দখল কৰা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই বৃহস্পতিবাৰে সন্মুখীন হয় ক'লা পতাকাৰ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই প্ৰদৰ্শন কৰে ক'লা পতাকা । আছুৰ কৰ্মী সকলে CAA আমি নামানো, আছু জিন্দাবাদ, মৃনাল শইকীয়া গ'বেক, মৃনাল শইকীয়াৰ দাদাগিৰি নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, নামঘৰৰ এক অনুস্থানত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই আছু কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰে বিধায়ক মৃনাল শইকীয়াক ।

আৰু পঢ়কঃ চিলিণ্ডাৰ বিস্ফোৰণ ! মহানগৰীত জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি

Intro:Body:খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াক কলা পতাকা প্ৰদৰ্শন। সমগ্ৰ দেশত ''কা'' বিৰোধী প্ৰতিবাদ মাজতেই বিভিন্ন মন্তব্যৰে সংবাদ শিৰোনামা দখল কৰা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই বৃহস্পতিবাৰে সন্মুখীন হয় কলা পতাকাৰ। দেৰগাঁও আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াই প্ৰদৰ্শন কৰে কলা পতাকা। আছুৰ কৰ্মী সকলে কা আমি নামানো, আছু জিন্দাবাদ, মৃনাল শইকীয়া গ'বেক, মৃনাল শইকীয়াৰ দাদাগিৰি নচলিব আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। নামঘৰৰ এক অনুস্থানত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই আছু কৰ্মীয়ে কলা পতাকা প্ৰদৰ্শন কৰে বিধায়ক মৃনাল শইকীয়াক।Conclusion:Byte 1: আছু নেতা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.