গোলাঘাট, 21 জুলাইঃ ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'লেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে বানাক্ৰান্তৰ ৰাইজে ৷ শেহতীয়াকৈ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজেই আৰম্ভ কৰিছে চিকিৎসা সেৱা ৷ নিজ সমষ্টিৰ প্ৰতি ঘৰে ঘৰে গৈ স্বাস্থ্য সেৱা আগবঢ়াইছে ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত ভ্ৰাম্যমাণ স্বাস্থ্য় সেৱা গোট লৈ এইদৰে সমষ্টিবাসীৰ স্বাস্থ্যৰ বুজ লৈছে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷
ভ্ৰাম্যমাণ চিকিৎসা সেৱা লৈ সমষ্টিবাসীৰ ওচৰত বিধায়ক মৃণাল শইকীয়া - Khumtai Constituency
ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ইয়াৰ সমান্তৰালকৈ বানপীড়িতৰ মাজত বৃদ্ধি পাইছে স্বাস্থ্যজনিত সমস্যা ৷ এনে পৰিস্থিতিতে নিজৰ দায়িত্ব পালন কৰিলে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷ ভ্ৰাম্য়মাণ স্বাস্থ্য সেৱা লৈ সমষ্টিবাসীৰ মাজত উপস্থিত হয় বিধায়কগৰাকী ৷
![ভ্ৰাম্যমাণ চিকিৎসা সেৱা লৈ সমষ্টিবাসীৰ ওচৰত বিধায়ক মৃণাল শইকীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3902155-thumbnail-3x2-0.jpg?imwidth=3840)
গোলাঘাট, 21 জুলাইঃ ৰাজ্যৰ বান পৰিস্থিতি উন্নত হ'লেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে বানাক্ৰান্তৰ ৰাইজে ৷ শেহতীয়াকৈ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজেই আৰম্ভ কৰিছে চিকিৎসা সেৱা ৷ নিজ সমষ্টিৰ প্ৰতি ঘৰে ঘৰে গৈ স্বাস্থ্য সেৱা আগবঢ়াইছে ৷ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত ভ্ৰাম্যমাণ স্বাস্থ্য় সেৱা গোট লৈ এইদৰে সমষ্টিবাসীৰ স্বাস্থ্যৰ বুজ লৈছে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এই প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷
Byte 2 : অধীক্ষক ( গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয় )Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat অসম