ETV Bharat / state

কৃষকৰ কাষত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন - SARUPATHAR DAMAGE WATER RESOURCE SHCEEM

আজি জেঠ মাহৰ অৰ্ধেক দিন অতিক্ৰম হ‘ল । কিন্তু এতিয়ালৈকে বৰষুণৰ নামত পানী এটুপিও পৰা নাই । যাৰ বাবে এতিয়ালৈকে কঠিয়াকে পাৰিব পৰা নাই সৰুপথাৰ বাসীয়ে।

MLA BISHWAJIT PHUKON VISIT SARUPATHAR
কৃষকৰ কাষত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন
author img

By

Published : Jun 2, 2021, 9:53 PM IST

সৰুপথাৰ, 2 জুন : এফালে ক'ৰণা মহামাৰীৰ সন্ত্ৰাস, আনফালে পথাৰত পানী নোহোৱাৰ দোষত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ । তাৰ মাজতে ধনশিৰি মহকুমাৰ সৰুপথাৰ অঞ্চলৰ কৃষক ৰাইজ গভীৰ চিন্তাত পৰিছে । আজি জেঠ মাহৰ অৰ্ধেক দিন অতিক্ৰম হ‘ল । কিন্তু এতিয়ালৈকে বৰষুণৰ নামত পানী এটুপিও পৰা নাই । যাৰবাবে এতিয়ালৈকে কঠিয়াকে পাৰিব পৰা নাই সৰুপথাৰ বাসীয়ে ।

MLA BISHWAJIT PHUKON VISIT SARUPATHAR
কৃষকৰ কাষত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন

কৃষককৰ হাহাকাৰ অৱস্থা আৰু এই কৃষকক কিছু হ'লেও সকাহ দিবৰ বাবে বুধবাৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত হয় কৃষকৰ কাষত । বিধায়ক বিশ্বজিৎ ফুকনে টেঙাহোলা গাঁও পঞ্চায়ত, গন্ধকৰৈ গাঁও পঞ্চায়ত, বেতিয়নী গাঁও পঞ্চায়ত আৰু নগাজুৰি গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত থকা জলসিঞ্চন বিভাগৰ বিকল হৈ থকা প্ৰকল্প সমূহ পৰিদৰ্শন কৰে । বৰ্তমান এই প্ৰাকৃতিক দুৰ্যোগৰ সময় চোৱাত বিধায়ক জনৰ অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে ৷

লগতে পঢ়কঃ হোজাই কাণ্ড: তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.