ETV Bharat / state

গোলাঘাটত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

গোলাঘাটত অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰিক্ষীত দত্ত আৰু সমাজকৰ্মী পূৰ্ণ ৰাজখোৱাৰ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ । ইয়াৰ উপৰিও মেৰাপানী অঞ্চলৰ দৰিদ্ৰ লোকসকলৰ মাজতো মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰা হয় ।

author img

By

Published : May 24, 2020, 10:21 AM IST

Golaghat mask, sanitizer distribution
গোলাঘাটত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

গোলাঘাট,24 মেঃ গোলাঘাটত অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰিক্ষীত দত্ত আৰু সমাজকৰ্মী পূৰ্ণ ৰাজখোৱাৰ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ । কৰ'ণাৰ সময়ত দিনে-নিশাই কৰ্তব্যত জড়িত হৈ আছে চিকিৎসাকৰ্মী, আৰক্ষী আৰু সাংবাদিক সকল । এই সকল ব্যক্তিৰ শ্ৰমক শলাগি দুয়োগৰাকী সমাজকৰ্মীয়ে মেৰাপানী সাংবাদিক সংস্থাৰ সাংবাদিক, মেৰাপানী আৰক্ষী থানাৰ আৰক্ষীক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ।

গোলাঘাটত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

ইয়াৰ উপৰিও মেৰাপানী ক্ৰীড়া সন্থাৰ খেলুৱৈ ,মেৰাপানী, তৰানী, চাউদাংপথাৰ অঞ্চলৰ বিভিন্ন দিন দৰিদ্ৰ লোকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰি কৰ'ণা ভাইৰাছ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰে সমাজকৰ্মী দুগৰাকীয়ে ।

লগতে পঢ়ক- কেনেকৈ এটা পথ দুৰ্ঘটনা সলনি হ'ল আত্মহত্যালৈ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.