ETV Bharat / state

গোলাঘাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - ঢেকিয়ালৰ আধলিচুক

গোলাঘাটৰ ঢেকিয়ালত নাহৰফুটুকী পিঞ্জৰাবদ্ধ। বহু দিনৰ পৰা নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল গোলঘাটত ৷

বহু দিনৰ পৰা নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল
গোলাঘাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
author img

By

Published : Dec 3, 2019, 11:15 AM IST

গোলাঘাট,3 ডিচেম্বৰ : মঙলবাৰে পুৱতি নিশা গোলাঘাট জিলাৰ ঢেকিয়ালৰ আধলিচুকত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী ৷ বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকী ৷ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নাহৰফুটুকীটোৱে ৰাইজৰ পোহনীয়া গৰু,ছাগলী,গাহৰি আদি ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল বুলি জানিব পৰা গৈছে ৷

বহু দিনৰ পৰা নাহৰফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল
গোলাঘাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

লক্ষণীয়ভাৱে যোৱা চাৰিটা বছৰত মুঠ ৫ টা বাঘ পিঞ্জৰাবদ্ধ হৈছে গোলাঘাটৰ আধলিচুক অঞ্চলত। আনহাতে, ৰাইজৰ অভিযোগ, বন বিভাগে কেৱল পিঞ্জৰাটোহে যোগান ধৰে,বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰয়োজনীয় ছাগলী ৰাইজে ধন সংগ্ৰহ কৰি ক্ৰয় কৰিব লাগে। ইফালে অঞ্চলটোত আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

গোলাঘাটত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

আৰু পঢ়ক : মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল

Intro:Body:গোলাঘাটৰ ঢেকিয়ালত বাঘ পিঞ্জৰাবদ্ধ। ঢেকিয়ালৰ আধলিচুকত পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী। বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হল বাঘটো। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই আহিছিল বাঘে। ৰাইজৰ গৰু ছাগলী গাহৰি আদি ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল বাঘে। যোৱা প্ৰায় চাৰিটা বছৰত মুঠ ৫ টা বাঘ পিঞ্জৰাবদ্ধ হয় অঞ্চলটোত। বন বিভাগে কেৱল পিঞ্জৰাটোহে যোগান ধৰে, বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰয়োজনীয় ছাগলী ৰাইজে ধন সংগ্ৰহ কৰি ক্ৰয় কৰিব লাগে। ৰাইজৰ ক্ষোভ বন বিভাগৰ বিৰুদ্ধে। অঞ্চলটোত আৰু কেইবাটাও বাঘ থকাৰ সন্দেহ।Conclusion:Byte 1: স্থানীয় যুৱক।
Byte 2: স্থানীয় ব্যক্তি।
Byte 3: স্থানীয় মহিলা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.