ETV Bharat / state

গোলাঘাটত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ - গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ

গোলাঘাটৰ বীৰাঙ্গনা সাধনী কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ ৷ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই । গ্ৰাম্যাঞ্চলৰ সূচল যাতায়ত আৰু স্বাৱলম্বনৰ নতুন দিশ উন্মোচনৰ বাবে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ জৰিয়তে লঘু যান-বাহন প্ৰদানৰ ব্যৱস্থা কৰা হয় ৷

as_glt_Launch_of_Chief_Minister_Rural_Transport_Scheme_in_Golaghate_vis_as10024
গোলাঘাটত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ
author img

By

Published : Nov 14, 2020, 5:00 PM IST

গোলাঘাট,14 নৱেম্বৰ: শনিবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ । গোলাঘাটৰ বীৰাঙ্গনা সাধনী কলাক্ষেত্ৰত আঁচনি খনৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই । নিবনুৱা সমস্যা দূৰীকৰণৰ হেতুকে অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপ । গ্ৰাম্যাঞ্চলৰ সূচল যাতায়ত আৰু স্বাৱলম্বনৰ নতুন দিশ উন্মোচনৰ বাবে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ জৰিয়তে লঘু যান-বাহন প্ৰদান কৰা ব্যৱস্থা কৰা হয় । গোলাঘাট পৰিবহণ বিভাগে অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভনি কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই ।

গোলাঘাটত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ

অনুষ্ঠানটিত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰী, MVI পৰাগ শইকীয়া, গোলাঘাট জিলা অতিৰিক্ত উপায়ুক্ত অৰূপা বাগলাৰী, গোলাঘাট জিলা আৰক্ষী অধীক্ষক পুষ্প ৰাজ সিং, অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাৰ লগতে বহু কেইগৰাকী ব্যক্তি ।

as_glt_Launch_of_Chief_Minister_Rural_Transport_Scheme_in_Golaghate_vis_as10024
গোলাঘাটত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ শুভাৰম্ভ

আনহাতে, অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসমত চাৰি হাজাৰ কৃষি আৰু পশুপালন বিভাগৰ চাকৰি মুকলি কৰা হ'ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে । এই চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া নিৰীক্ষণ কৰিব অসম কৃষি বিশ্ববিদ্যালয়ে ।

লগতে পঢ়ক: গোৱালপাৰাত লক্ষাধিক টকাৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.