ETV Bharat / state

খুমটাইৰ ঢেকিয়ালত কৃতী ছাত্র ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান - congress

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জীৱকান্ত গগৈ স্মৃতি ন্যাস,খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চ, গোলাঘাট জিলা এন এচ ইউ আইৰ উদ্যোগত কঠালগুৰি ও উত্তৰ দেৰগাঁও ব্লক কংগ্ৰেছৰ সহযোগত শুকুৰবাৰে কৃতী ছাত্ৰ-ছাত্ৰী সকলক লৈ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

খুমটাইৰ ঢ়েকিয়ালত কৃতী ছাত্র ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান
author img

By

Published : May 31, 2019, 9:30 PM IST

খুমটাই 31 মেঃ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জীৱকান্ত গগৈ স্মৃতি ন্যাস,খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চ, গোলাঘাট জিলা এন এচ ইউ আইৰ উদ্যোগত কঠালগুৰি ও উওৰ দেৰগাঁও ব্লক কংগ্ৰেছৰ সহযোগত শুকুৰবাৰে কৃতী ছাত্ৰ-ছাত্ৰী সকলক লৈ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷

প্ৰথমে প্ৰাক্তন মন্ত্ৰী জীৱকান্ত গগৈৰ প্ৰতিছবিৰ সন্মুখত স্মৃতি তৰ্পন কৰে প্ৰাক্তন শিক্ষক বিৰেন হাজৰিকাই। ।জীৱকান্ত গগৈ স্মৃতি ন্যাসে বিগত বছৰ সমূহৰ দ্বৰে এইবাৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা,আৰু উচ্চতৰ মাধ্যমিক পৰিক্ষাত সুক্ষ্যাথিৰে উত্তীৰ্ণ হৈ সমগ্র জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা সমষ্টিতোৰ ছাত্র ছাত্ৰী সমূহক একত্ৰিত কৰি এক বিশেষ আভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা হিচাপে এটাকৈ গছপুলি, কিতাপৰ টোপেলা আৰু একোখনকৈ সম্বৰ্ধণা পত্ৰ আগবঢ়ায় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়িকা লগতে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে ৷ ছাত্র ছাত্ৰী সকলক সমাজৰ প্ৰতি থকা দ্বায়িত্ব বোধ,সচেতনতা, মানুহৰ প্ৰতি থকা মানবীয়তা এই বিষয় সমূহৰ ওপৰত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি অনাগত দিনত আগবাঢ়ি যাবলৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। অভিনন্দন সভাখনিত সভাপতিত্ব কৰে খুমটাই ব্লক কংগ্ৰেছৰ সভাপতি তংক কমল গগৈয়ে। উক্ত অনুষ্ঠানত গোলাঘাট জিলা এন এচ ইউ আই,আৰু জিলা যুৱ কংগ্ৰেছৰ বিষয় ববিয়া সকল উপস্থিত থাকে।

Intro:প্ৰক্তন মন্ত্ৰী প্ৰয়াত জীৱকান্ত গগৈ স্মৃতি ন্যাস,খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চ, গোলাঘাট জিলা NSUIৰ উদ্যোগত কঠালগুৰি ও উওৰ দেৰগাও ব্লক কংগ্ৰেছৰ সহযোগত এখনি বিশেষ অভিনন্দন অনুষ্ঠান অনুস্থিত হয়।Body:প্ৰথমে প্ৰাক্তন মন্ত্ৰী জীৱকান্ত গগৈৰ প্ৰতিস্ববিৰ সন্মুখত স্মৃতি তৰ্পন কৰে প্ৰাক্তন শিক্ষক বিৰেন হাজৰিকাই।জীৱকান্ত গগৈ স্মৃতি ন্যাসে বিগত বছৰ সমূহৰ দ্বৰে এইবাৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা,আৰু উচ্চতৰ মাধ্যমিক পৰিক্ষাত সুক্ষ্যাথিৰে উত্তীৰ্ণ হৈ সমগ্র জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা সমষ্টিতোৰ ছাত্র ছাত্ৰী সমূহক একত্ৰিত কৰি এক বিশেষ আভিনন্দন অনুষ্ঠান আনুস্থিত কৰে।ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা হিচাপে এতিকৈ গছপুলী,কিতাপৰ তুপোলা আৰু একোখনিকৈ সম্বৰ্ধনা পএ আগবঢ়াই।উক্ত অনুষ্ঠানত অতিথি ৰূপে অংশগ্ৰহণ কৰে প্ৰক্তন বিধায়ীকা,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। ছাত্র ছাত্ৰী সকলক সমাজৰ প্ৰতি থকা দ্বায়িত্ব বোধ,সচেতনতা, মানুহৰ প্ৰতি থকা মানবীয়তা এই বিষয় সমূহৰ ওপৰত বিশেষ ভাবে গুৰুত্ব প্ৰদান কৰি অনাগত দিনত আগবাঢ়ি যাবলৈ প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। অভিনন্দন সভাখনিত সভাপতিত্ব কৰে খুমটাই ব্লক কংগ্ৰেছৰ সভাপতি তংক কমল গগৈয়ে। উক্ত অনুষ্ঠানত গোলাঘাট জিলা NSUI,আৰু জিলা যুৱ কংগ্ৰেছৰ বিষয় ববিয়া সকল উপস্থিত থাকে।Conclusion:Byte-. প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.