ETV Bharat / state

খুমটাইত পঞ্চায়ত সভানেত্ৰীৰ খাদ্য় সামগ্ৰী বিতৰণ

author img

By

Published : May 3, 2020, 2:08 PM IST

আৰ্তজনক সহায়ৰ উদ্দেশ্যে খুমটাইত আগবাঢ়ি আহিল এগৰাকী পঞ্চায়ত সভানেত্ৰী ৷ নেত্ৰী গৰাকীয়ে লক্​ ডাউনৰ বাবে সংকটত পৰা প্ৰায় ৬০০ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ।

khumtai relief distribution
খাদ্য় সামগ্ৰী বিতৰণ

খুমটাই,3 মে’ঃ লক্​ ডাউনৰ ফলত খাদ্য সংকটৰ সন্মুখীন হোৱা 600 পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে গোলাঘাটৰ খুমটাইৰ ঢেকিয়াল গাঁৱৰ পঞ্চায়ত সভানেত্ৰী ৰূপা হাজৰিকা ৰাজখোৱাই ৷ নেত্ৰীগৰাকীয়ে কেইজনমান উদীয়মান যুৱকৰ সহযোগত পৰিয়াল কেইটাক খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে ৷ দলটোৰ এই কাৰ্যৰ ভূয়সী প্ৰশংসা কৰে স্থানীয় ৰাইজে ৷

খাদ্য় সামগ্ৰী বিতৰণ

লগতে চাওকঃ তিনিচুকীয়াত গ্ৰেপ্তাৰ চাৰি চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.