ETV Bharat / state

এটা দিনতে 13 টাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়ক মৃণাল শইকীয়াৰ

author img

By

Published : Jan 5, 2021, 2:24 PM IST

একেদিনাই 13 টাকৈ পথৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ বাঃ বাঃ ল'লে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই ৷ আধাৰশিলা স্থাপন কৰি বিধায়ক শইকীয়াই কয়, কংগ্ৰেছৰ চৰকাৰৰ দিনত কোনো উন্নয়ন মূলক কাম নহ'ল সমষ্টিটোত ৷

khumtai-ml-mrinal-saikia
এটা দিনতে 13 টাকৈ পথৰ আধাৰশিলা স্থাপন বিধায়ক মৃণাল শইকীয়াৰ

খুমটাই, 5 জানুৱাৰী : এটা দিনতে ১৩ টাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ বাঃ বাঃ ল'বলৈ সক্ষম হৈছে খুমটাই বিধায়ক মৃণাল শইকীয়াই । খুমটাই সমষ্টিৰ উত্তৰ মণ্ডলৰ ১৩ টা মুখ্য সংযোগী পথৰ নিৰ্মাণ কাৰ্যৰ মঙলবাৰে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক শইকীয়াই ৷ আধাৰশিলা স্থাপন কৰি বিধায়ক শইকীয়াই কয়, কংগ্ৰেছৰ চৰকাৰৰ দিনত কোনো উন্নয়ন মূলক কাম নহ'ল সমষ্টিটোত ৷

ইয়াৰ সমান্তৰালভাৱে বিধায়ক গৰাকীয়ে এই পথ কেইটা নিৰ্মাণৰ বাবে অনুদান আগবঢ়াই সমষ্টিবাসীৰ বহু দিনীয়া সপোন পূৰণ কৰিলে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক: গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.