ETV Bharat / state

জাৱৰ নিষ্কাষনৰ নতুন বিজ্ঞান সন্মাত প্ৰকল্প - Khumtai garbage disposal project

খুমটাইৰ ঐতিহাসিক চিনাতলি বৰ নামঘৰত ৰাইজৰ প্ৰচেষ্টাত উদ্ভাৱন কৰা হৈছে জাৱৰ নিষ্কাষনৰ নতুন প্ৰকল্প ৷

জাৱৰ নিষ্কাষনৰ নতুন বিজ্ঞান সন্মাত প্ৰকল্প
author img

By

Published : Jul 24, 2019, 4:30 AM IST

খুমটাই, 24 জুলাইঃ খুমটাইৰ ঐতিহাসিক চিনাতলি বৰ নামঘৰত জাৱৰ নিষ্কাষনৰ নতুন বিজ্ঞান সন্মাত প্ৰকল্প ৷ সমগ্ৰ ভাৰত তথা অসমত ভয়ংকৰ প্ৰদূষণৰ বাবে মৰাত্মক ৰোগৰ ফলত মৃত্যু মুখত পৰিছে , তেনে সময়তেই চিনাতলি বৰনামঘৰ সমাজ পৰিষদে গাওঁখনৰ বিভিন্ন স্থানৰ লগতে গাওঁ খনৰ মূল সেৱাৰ স্থলী বৰনামঘৰৰ প্ৰাংগনত এক বিজ্ঞান সন্মত ভাৱে এক বৃহৎ জাৱৰ নিষ্কাষন প্ৰকল্প গঢ়ি তুলিছে ‌।

এই প্ৰকল্পত যিসমূহ বস্তু পচে সেইসমূহ এটা স্থানত আৰু পলিথিন, প্লাষ্টিক বটল, কাঁচ, লাইটৰ বাল্ব, মাটিৰ কলহ,মাটিৰ চাকি, ইত্যাদি সমূহ ভাগ ভাগ কৰি থোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ এই সমিতি খনে সমগ্র অঞ্চল সমূহত এক সজাগতা অনাৰ বাবে প্ৰসংসনীয় কাৰ্যসূচী হাতত লৈছে । এখন প্ৰদূষণ মুক্ত অঞ্চল গঢ়াৰ লক্ষ্যৰে আগবঢ়া কাৰ্যক সকলোৱে একে মূখে সলাগ লৈছে ।

Intro:খুমটাইৰ ঐতিহাসিক চিনাতলি বৰনামঘৰত সমূহ ৰাইজৰ প্ৰচেষ্টাত জাৱৰ নিষ্কাষন প্ৰকল্পই অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে দাতিকাশৰীয়া গাঁৱৰ অঞ্চল সমূহত এক সচেতনতা সৃষ্টি কৰিবলৈ লোৱা কাৰ্য্যক সকলোৱে একে মূখে সলাগ লৈছে।Body:সমগ্ৰ ভাৰত তথা অসমতো যি ভয়ংকৰ প্ৰদোৰ্শনৰ বাবে মৰাত্মক বেমাৰৰ ফলত বহু লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে, তেনে সময়তেই চিনাতলি বৰনামঘৰ সমাজ পৰিষদে গাওঁখনৰ বিভিন্ন স্থানৰ লগতে গাওঁ খনৰ মূল সেৱাৰ স্থলী বৰনামঘৰৰ প্ৰাঙ্গনত এক বিজ্ঞান সন্মত ভাৱে এক বৃহৎ জাৱৰ নিষ্কাষন প্ৰকল্প গঢ়ি তুলিছে‌।এই প্ৰকল্পত যিসমূহ বস্তো পচে সেইসমূহ এটা স্থানত, পলিথিন, প্লাষ্টিক বটল, চিচা, লাইটৰ বাল্ব, মাটিৰ কলহ,মাটিৰ চাকি, ইত্যাদি সমূহ ভাগে ভাগে প্ৰকল্পটোত ৰাখিবৰ বাবে বেৱস্থা গ্ৰহণ কৰিছে। এই সমিতি খনে সমগ্র অঞ্চল সমূহত এক সজাগতা অনাৰ বাবে প্ৰসংসনীয় কায্যৰ্সূচি হাতত লৈছে। এখন প্ৰদুৰ্শন মুক্ত অঞ্চল গঢ়াৰ লক্ষ্যৰে আগবঢ়াৰ কাৰ্য্যক সকলোৱে একে মূখে সলাগ লৈছে।Conclusion:Byte- 1/সচেতন উদ্যোক্তা।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.