খুমটাই, 30 অক্টোবৰ: বুধবাৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই পুনৰবাৰ উদ্বোধন কৰিলে বিগত বছৰ বানে উটুৱাই নিয়া ৩নং ভোলাগুৰী সংযোগী শংকৰ বিলৰ ওপৰৰ কাঠৰ দলং। বিগত বছৰৰ ৪ আগষ্টত নিপকু জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা এৰি দিয়া পানীৰ ফলত ধনশিৰি নদীৰ বাঢ়নি পানীয়ে শংকৰ বিলৰ ওপৰত থকা দলংখন ভাঙি উটুৱাই নিয়াৰ ফলত ভোলাগুৰী বাসীয়ে পুনৰ এবছৰৰ ভিতৰতে লাভ কৰিলে শংকৰ বিলৰ ওপৰত আন এখন দলং। উক্ত দলংখনৰ উদ্বোধনৰ পিচত ৩নং ভোলাগুৰী বাসীৰ উপৰিও আখৈফুটিয়া, বৰদলৈ চুক, কুমাৰ গাঁও, ঢুলীয়া গাঁও, সাৰৰ গাঁৱৰ প্ৰায় 500 পৰিয়ালৰ যাতায়ত সুচল হৈ পৰিব।
৩নং ভোলাগুৰী সংযোগী শংকৰ বিলৰ দলং উদ্ধোধন বিধায়ক মৃনাল শইকীয়াৰ - Khumtai briedge opening by Mrinal saikia
বিগত বছৰ ৪ আগষ্টত নিপকু জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা এৰি দিয়া পানীৰ ফলত ধনশিৰি নদীৰ বাঢ়নি পানীয়ে শংকৰ বিলৰ ওপৰত থকা দলংখন ভাঙি উটুৱাই নিয়াৰ ফলত ভোলাগুৰী বাসীয়ে পুনৰ এবছৰৰ ভিতৰতে লাভ কৰিলে শংকৰ বিলৰ ওপৰত আন এখন দলং।
খুমটাই, 30 অক্টোবৰ: বুধবাৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই পুনৰবাৰ উদ্বোধন কৰিলে বিগত বছৰ বানে উটুৱাই নিয়া ৩নং ভোলাগুৰী সংযোগী শংকৰ বিলৰ ওপৰৰ কাঠৰ দলং। বিগত বছৰৰ ৪ আগষ্টত নিপকু জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা এৰি দিয়া পানীৰ ফলত ধনশিৰি নদীৰ বাঢ়নি পানীয়ে শংকৰ বিলৰ ওপৰত থকা দলংখন ভাঙি উটুৱাই নিয়াৰ ফলত ভোলাগুৰী বাসীয়ে পুনৰ এবছৰৰ ভিতৰতে লাভ কৰিলে শংকৰ বিলৰ ওপৰত আন এখন দলং। উক্ত দলংখনৰ উদ্বোধনৰ পিচত ৩নং ভোলাগুৰী বাসীৰ উপৰিও আখৈফুটিয়া, বৰদলৈ চুক, কুমাৰ গাঁও, ঢুলীয়া গাঁও, সাৰৰ গাঁৱৰ প্ৰায় 500 পৰিয়ালৰ যাতায়ত সুচল হৈ পৰিব।
Body:যোৱা বছৰ ৪ আগষ্টত ধনশিৰি নদীৰ বাঢ়নি পানীৰ ফলত শংকৰবিলৰ ওপৰত নতুন কৈ নিৰ্মিত হোৱা দলং ভাঙি উটুৱাই নিছিল। দলংখন মুকলি হোৱাৰ চাৰিটা দিনৰ পিছতেই বাঢ়নি পানীয়ে উটুৱাই অনা মেটেকাৰ দমে কাঠৰ দলংখন মাজতে ভাঙি উটুৱাই নিয়ে। সেই সময়ত কান্দোনত ভাঙি পৰিছিল ৩নং ভোলাগুৰী বাসীয়ে। নিপকুৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত হৈছিল। কিন্তু আজি কাঠৰ দলংখন পুনৰ নিৰ্মাণ কৰি মুকলি কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে গাঁওবাসীয়ে। উক্ত দলঙেদি ৩নং ভোলাগুৰী বাসীৰ উপৰিও আখৈফুটিয়া, বৰদলৈ চুক, কুমাৰ গাঁও, ঢুলীয়া গাঁও, সাৰৰ গাঁৱৰ প্ৰায় পাঁচশ পৰিয়ালৰ যাতায়তৰ বাবে উপযোগী হৈ পৰিব।
Conclusion:Byte 1: বিধায়ক মৃনাল শইকীয়া।
Byte 2: স্থানীয় মহিলা।
Byte 3: স্থানীয় ব্যক্তি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।