বোকাখাত,26এপ্ৰিল:জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ ৷ কথমপি প্ৰাণ ৰক্ষা গাৰোডিয়া দম্পত্তিৰ দুই সন্তানৰ । উল্লেখ্য যে শুকুৰবাৰে গাৰোডিয়া দম্পত্তিয়ে AS06 M 0669 নম্বৰৰ ৰঙা হোণ্ডা বেৰিঅ' বাহনেৰে আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ ল'বলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। ট্ৰেভেলাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষতে থিতাতে নিহত হয় শিৱসাগৰৰ সকলোৰে প্ৰিয় চিকিৎসক গৰাকীৰ। দুৰ্ঘটনাটোত গাৰোডিয়া দম্পত্তিৰ কনিষ্ঠ পুত্ৰও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত 2
শুকুৰবাৰে বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এহাল চিকিৎসক দম্পতী ৷ ট্ৰেভেলাৰ আৰু AS06 M 0669 নম্বৰৰ ৰঙা হোণ্ডা বেৰিঅ' বাহনখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
বোকাখাত,26এপ্ৰিল:জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ ৷ কথমপি প্ৰাণ ৰক্ষা গাৰোডিয়া দম্পত্তিৰ দুই সন্তানৰ । উল্লেখ্য যে শুকুৰবাৰে গাৰোডিয়া দম্পত্তিয়ে AS06 M 0669 নম্বৰৰ ৰঙা হোণ্ডা বেৰিঅ' বাহনেৰে আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ ল'বলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। ট্ৰেভেলাৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষতে থিতাতে নিহত হয় শিৱসাগৰৰ সকলোৰে প্ৰিয় চিকিৎসক গৰাকীৰ। দুৰ্ঘটনাটোত গাৰোডিয়া দম্পত্তিৰ কনিষ্ঠ পুত্ৰও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ ৷ কথমপি প্ৰাণ ৰক্ষা গাৰোডিয়া দম্পত্তিৰ দুই সন্তানৰ। গাৰোডিয়া দম্পত্তিয়ে AS06 M 0669 নম্বৰৰ ৰঙা হোণ্ডা বেৰিঅ' বাহনেৰে আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লবলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত সংঘটিত হয় শোকাৱহ ঘটনাটো। ট্ৰেভেলাৰৰে মুখামুখি সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় শিৱসাগৰৰ জনপ্ৰিয় চিকিৎসক গৰাকীৰ। দুৰ্ঘটনাটোত গাৰোডিয়া দম্পত্তিৰ কনিষ্ঠ পুত্ৰও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। চিকিৎসক গৰাকীৰ প্ৰকৃত ঘৰ ডিব্ৰুগড়ত ৷Conclusion:শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT