ETV Bharat / state

কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Feb 3, 2019, 7:58 PM IST

শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ আদি মুঠ ছটাকৈ বঁটা প্ৰদান কৰা হয়

কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান

গোলাঘাট,৩ ফেব্ৰুৱাৰীঃ গোলাঘাটৰ অন্যতম সামাজিক সংগঠন কাজিৰঙা নিউজ নেটৱৰ্কে বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাজনো বিশিষ্ট লোকক বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ আদি মুঠ ছটা ক্ষেত্ৰত বঁটা প্ৰদান কৰাৰ লগতে এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়।

কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান
undefined

কাজিৰঙা নিউজ নেটৱৰ্ক, ২০১৮ বৰ্ষৰ বানেশ্বৰ মহন্ত সোঁৱৰণী গোলাঘাট জিলাৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰে প্ৰবীন সাংবাদিক ৰোহিত গগৈক। নবীন সাংস্কৃতিক বঁটা লাভ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা থেচপিয়ানৰ সচিব মুখ্যধৰ দাসে। ইয়াৰোপৰি দুটাকৈ শৈক্ষিক বঁটা আৰু সাহিত্য বঁটাও প্ৰদান কৰা হয়।

Golaghat 03.02.2019
SLUG : GOLAGHAT KAZIRANGA AWARD
A_GLT_804_03FEB_GOLAGHAT_KAZIRANGA_AWARD_VISUAL_1_DIGANTA_SAHU
A_GLT_805_03FEB_GOLAGHAT_KAZIRANGA_AWARD_BYTE_1_DIGANTA_SAHU
A_GLT_806_03FEB_GOLAGHAT_KAZIRANGA_AWARD_BYTE_2_DIGANTA_SAHU
O.C. : গোলাঘাট জিলাৰ অন্যতম সামাজিক সংগঠন কাজিৰঙা নিউজ নেটৱৰ্কে  বিভিন্ন ক্ষেত্ৰত অৱদান থকা কেইবাজনো বিশিষ্ট লোকক বঁটা প্ৰদান কৰে। শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ আদি ক্ষেত্ৰত মুঠ ছয়টা বঁটা প্ৰদান কৰাৰ লগতে এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়।
V.O. : কাজিৰঙা নিউজ নেটৱৰ্কৰ বঁটা প্ৰদান অনুষ্ঠান। শিক্ষা, সাহিত্য, সংস্কৃতি, সংবাদ ক্ষেত্ৰত ছয়টাকৈ বঁটা প্ৰদান সামাজিক অনুষ্ঠানটিৰ। কাজিৰঙা নিউজ নেটৱৰ্ক, ২০১৮ বৰ্ষৰ বানেশ্বৰ মহন্ত সোৱৰণী গোলাঘাট জিলা শ্ৰেষ্ঠ সাংবাদিক বঁটা প্ৰদান কৰে প্ৰবীন সাংবাদিক ৰোহিত গগৈক। নবীন সাংস্কৃতিক বঁটা লাভ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা থেচপিয়ানৰ সচিব মূখ্যধৰ দাসে। ইয়াৰোপৰি দুটাকৈ শৈক্ষিক বঁটা, সাহিত্য বঁটা প্ৰদান কৰা হয় এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰি তোলে অনুষ্ঠানটি।
Byte 1: বঁটা প্ৰাপক।
Byte 2: আয়োজক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি. দ্ৰ. -- ভিজুৱেল বাইট mojo ত গল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.