- গোলাঘাটৰ সুৰা ট্ৰেজেডিৰ পাছতো অব্যাহত আছে লালীগুৰৰ অবৈধ সৰবৰাহ
- দেৰগাৱঁৰ ৰঙামাটিত সুৰা প্ৰস্তুত কৰিবলৈ অনা বৃহৎ পৰিমাণৰ লালীগুৰ জব্দ
- হোজাই জিলাৰ লংকাৰ পৰা AS-01JC-6312 নম্বৰৰ এখন ডি আই গাড়ীৰে কঢ়িয়াই অনা লালীগুৰ সমূহ স্থানীয় লোকে জব্দ কৰি গতাই দিয়ে দেৰগাওঁ আৰক্ষীক
- গাড়ীখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে যদিও মূল ব্যৱসায়ী ৰাজকুমাৰ চাহু সম্প্ৰতি পলাতক অৱস্থাত আছে
দেৰগাঁৱত বৃহৎ পৰিমাণৰ লালীগুৰ জব্দ - liqueur
দেৰগাৱঁৰ ৰঙামাটিত সুৰা প্ৰস্তুত কৰিবলৈ অনা বৃহৎ পৰিমাণৰ লালীগুৰ জব্দ,হোজাই জিলাৰ লংকাৰ পৰা AS-01JC-6312 নম্বৰৰ ডি আই গাড়ীৰে কঢ়িয়াই অনিছিল লালী গুৰ সমূহ
Illegal liqueur seized at Dergaon
- গোলাঘাটৰ সুৰা ট্ৰেজেডিৰ পাছতো অব্যাহত আছে লালীগুৰৰ অবৈধ সৰবৰাহ
- দেৰগাৱঁৰ ৰঙামাটিত সুৰা প্ৰস্তুত কৰিবলৈ অনা বৃহৎ পৰিমাণৰ লালীগুৰ জব্দ
- হোজাই জিলাৰ লংকাৰ পৰা AS-01JC-6312 নম্বৰৰ এখন ডি আই গাড়ীৰে কঢ়িয়াই অনা লালীগুৰ সমূহ স্থানীয় লোকে জব্দ কৰি গতাই দিয়ে দেৰগাওঁ আৰক্ষীক
- গাড়ীখনৰ চালকক আৰক্ষীয়ে আটক কৰিছে যদিও মূল ব্যৱসায়ী ৰাজকুমাৰ চাহু সম্প্ৰতি পলাতক অৱস্থাত আছে
Intro:চুলাই কাণ্ডৰ ট্ৰেজিডি মাৰ নৌযাওতেই পুনৰ একাংশ কলা ব্যৱসায়ীয়ে আৰম্ভ কৰিছে লালিগুৰৰ ব্যৱসায় Body:দেৰগাৱঁত বৃহৎ পৰিমানৰ লালী গুৰ জব্দ
----------------------------------------
দেৰগাঁও ১৮ আগষ্ট ---- -- গোলাঘাট সুৰা ট্ৰেজেদিৰ পিছতো অব্যাহত আছে লালী গুৰৰ অবাধ সৰবৰাহ । সুৰা প্ৰস্তুত কৰণৰ বাবে ব্যৱহাৰ কৰা লালী গুৰৰ সৰবৰাহ এতিয়াও মুকলি ভাবে চলাই থকা হৈছে জিলা খনত । সুৰা তৈয়াৰ কৰিবলৈ অনা বৃহৎ পৰিমানৰ লালী গুৰ আজি জব্দ কৰা হয় দেৰগাৱঁৰ ৰঙামাটিত । লংকাৰ পৰা দেৰগাৱঁৰ ৰঙামাটিলৈ এখন D I(As01jC6312)- গাড়ীৰে কঢ়িয়াই অনা লালীগুৰ সমূহ স্থানীয় লোকে জব্দ কৰি দেৰগাওঁ আৰক্ষীক গতাই দিয়ে । গাড়ী খনৰ চালকক আৰক্ষীয়ে আটক কৰিছে যদিও মূল ব্যৱসায়ী ৰাজকুমাৰ চাহু সম্প্ৰতি পলাতক । অভিযোগ অনুসৰি এই ৰাজকুমাৰ চাহুয়ে বহু দিনৰ পৰাই চলাই আহিছে লালী গুৰৰ অবাধ বেহা ।
byte গাড়ী চালক Conclusion:স্বত্তিৰ নিশ্বাহ লৈছে স্তানীয় ৰাইজে