ETV Bharat / state

গোলাঘাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ

বাসগৃহৰ লগতে ভাঙি লণ্ডভণ্ড কৰিলে এখন চাৰিচকীয়া বাহন

author img

By

Published : Mar 24, 2019, 6:07 PM IST

Updated : Mar 24, 2019, 7:13 PM IST

হাতীৰ উপদ্ৰৱ
  • গোলাঘাটৰ মৰঙিতঅব্যাহত আছে হাতী মানুহৰ সংঘাত
  • বাসগৃহৰ লগতে ভাঙি লণ্ডভণ্ড কৰিলে এখন চাৰিচকীয়া বাহন
  • দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰৱ
  • হাতীৰ শংকাত উজাগৰী নিশা কটাইছে অঞ্চলবাসীয়ে
  • মৰঙিৰ মুৰফুলনী অঞ্চলত শনিবাৰে নিশা এটা বৃহৎ বন্যহস্তীৰ জাকে ওৰে নিশা চলাইউপদ্ৰৱ
  • খাদ্যৰ সন্ধানত বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে স্থানীয় মনোৰাম গগৈ নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে
  • লগতে এখন চাৰিচকীয়া বাহনো ভাঙি অনিষ্ট কৰে হাতীৰ জাকটোৱে
  • ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই যদিও কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ
    গোলাঘাটত হাতীৰ উপদ্ৰৱ

GOLAGHAT 24.03.2019
SLUG : GOLAGHAT ELEPHANT
A_GLT_806_24MAR_GOLAGHAT_ELEPHANT_V_1_DIGANTA_SAHU
A_GLT_807_24MAR_GOLAGHAT_ELEPHANT_V_2_DIGANTA_SAHU
A_GLT_808_24MAR_GOLAGHAT_ELEPHANT_B_1_DIGANTA_SAHU
O.C. : নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত। বাসগৃহৰ লগতে ভাঙি লণ্ডভণ্ড কৰিলে এখন গাড়ী। নুমলীগড়ত এতিয়া দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰপ। উজাগৰী নিশা কটাব লগীয়া হৈছে গাঁওবাসী সকলে। এই দৃশ্য নুমলীগড়ৰ কাষৰীয়া মুৰফুলনী অঞ্চলৰ। নিশা এটা বৃহৎ বন্য হস্তী ৰ  জাকে ওৰে নিশা উপদ্ৰপ চলাই অঞ্চলটোত। খাদ্যৰ সন্ধানত বিজুলী বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্য হস্তীৰ জাকে মনুৰাম গগৈ নামৰ এজন লোকৰ এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। লগতে এখন গাড়ীও ভাঙি অনিষ্ট কৰে হাতীৰ জাকটোৱে। কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো লোকৰ। ওৰে নিশা স্থানীয় লোক সকলে হাতে হাতে জুই লৈ ফটকা ফুটাই হাতীৰ জাকটোক খেদিব লগা হয়।
Byte 1: 
গোলাঘাটৰ পৰা চামিম আলি আৰু দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।
Last Updated : Mar 24, 2019, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.