ETV Bharat / state

সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ - Sarupather

স্বাস্থ্য মেলাখনি উদ্ধোধন কৰে গোলাঘাট জিলা স্বাস্থ্য সঞ্চালক ৰাতুল বৰদলৈয়ে।

সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ
author img

By

Published : Mar 28, 2019, 12:44 AM IST

ধনশিৰি,26 মাৰ্চঃ ধনশিৰি মহকুমাৰ নাৰহবাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাংগনত সৰুপথাৰ খণ্ড প্ৰাথমিক আৰু জিলা স্বাস্থ্য সমিতিয়ে অনুষ্ঠিত কৰে বিশাল স্বাস্থ্য মেলা ৷ স্বাস্থ্য মেলাখনি উদ্ধোধন কৰে গোলাঘাট জিলা স্বাস্থ্য সঞ্চালক ৰাতুল বৰদলৈয়ে।

সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

এই মেলাত বিভিন্ন বেমাৰৰ বিষয়ে ৰাইজক সজাগতা বৃদ্ধি কৰিবৰ বাবে সজাগতা শিবিৰ মুকলি কৰে । বিভিন্ন বেমাৰ সমূহৰ চিকিৎসা কৰিবৰ বাবে স্ত্ৰীৰোগ বিশেষজ্ঞ, চকু, দাঁত , কাণৰ বিশেষজ্ঞ আৰু বিনামূলীয়াকৈ তেজ পৰীক্ষাৰো এই স্বাস্থ্য মেলাতেই ব্যৱস্থা কৰিছে বুলি জিলা স্বাস্থ্য সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে আৰু এই সজাগতা সভা, বিনামূলীয়া চিকিৎসা প্ৰদানৰ জৰিয়তে ৰাইজ উপকৃত হব বুলি সঞ্চালনা গৰাকীয়ে অৱগত কৰে । এই বিনামূলীয়া শিবিৰলৈ বহু ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ উপস্থিত হোৱা পৰিলক্ষিত হৈছে ৷

Intro:ধনশিৰি মহকুমাৰ নাৰহবাৰী মজলীয়া বিদ্যালয়ৰ প্ৰাংগনত সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু জিলা স্বাস্থ্য সমিতিয়ে আজি বিশাল স্বাস্থ্য মেলা অনুষ্ঠিত কৰে । বহু ৰাইজ তথা ছাত্ৰ ছাত্ৰীৰ এই মেলাত সমাগম হোৱা পৰিলক্ষিত হৈছে ।
Body:স্বাস্থ্য মেলা খনি উদ্ধোধন কৰে গোলাঘাট জিলা স্বাস্থ্য সঞ্চালক ৰাতুল বৰদলৈয়ে । এই মেলাত বিভিন্ন বেমাৰৰ বিষয়ে ৰাইজক সজাগতা বৃদ্ধি কৰিবৰ বাবে সজাগতা শিবিৰ মুকলি কৰে । বিভিন্ন বেমাৰ সমূহৰ চিকিৎসা কৰিবৰ বাবে স্ৰী ৰোগ বিশেষজ্ঞ, চকু বিশেষজ্ঞ, দাঁত ৰ বিশেষজ্ঞ, কাণ ৰ বিশেষজ্ঞ আৰু বিনামূলীয়াকৈ তেজ পৰীক্ষাৰো এই স্বাস্থ্য মেলাতেই ব্যৱস্থা কৰিছে বুলি জিলা স্বাস্থ্য সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে আৰু এই সজাগতা সভা, বিনামূলীয়া চিকিৎসা প্ৰদানৰ জৰিয়তে ৰাইজ উপকৃত হব বুলি সঞ্চালনা গৰাকীয়ে অৱগত কৰে ।Conclusion:Byte :- জিলা স্বাস্থ্য সঞ্চালক

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.