ETV Bharat / state

শংকৰ সংঘৰ অধিবেশন, সাজু হৈছে শোভাযাত্ৰাৰ বাহন

author img

By

Published : Feb 4, 2020, 11:37 AM IST

ৰাজহংসৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে শোভাযাত্ৰাৰ বাহন খন ৷ অহা ৭ ফেব্ৰুৱাৰী পুৱা ১০ বজাৰ সাংস্কৃতিক শোভাযাত্ৰাত ব্য়ৱহাৰ কৰা হ'ব এই বাহনখন ৷

শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ৰাজহংস জান
শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ৰাজহংস জান

গোলাঘাটঃ বুধবাৰৰ পৰা গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হ'ব 89 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন ৷ উক্ত অধিবেশনত 7 ফেব্ৰুৱাৰীৰ দিনা পুৱা 10 বজাত উলিওৱা হ'ব ভাগৱত শোভাযাত্ৰা ৷ এই ভাগৱত শোভাযাত্ৰাৰ বাবে নিৰ্মাণ কৰিছে এখন বিশেষ বাহন ৷ ট্ৰাক এখনৰ ওপৰত ৰাজহাঁহৰ আকৃতিৰে তৈয়াৰ কৰা হৈছে হংসযান ৷ 2 লাখ টকা ব্যয় হৈছে হংসযান নিৰ্মাণত ৷ প্ৰায় সম্পূৰ্ণ হৈছে বাহন খনৰ নিৰ্মাণ কাৰ্য ৷

সাজু হৈছে শোভাযাত্ৰাৰ বাহন

উদ্যোগক্তা সকলৰ মতে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ মূল আকৰ্ষণ হ'ব হংসযান ৷ প্ৰায় 16 কিলমিটাৰ অতিক্ৰম কৰিব শোভাযাত্ৰাই ৷

hanchraj for bhagwat procession prade
কাৰিকৰৰ হাতত প্ৰাণ পাই উঠিছে হংসযানে...

লগতে পঢ়কঃ বৰপেটাত সৰ্বশিক্ষা অভিযানৰ ফোঁপোলা স্বৰূপ

Intro:শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ৰাজহংস জান। ভাগৱত যাত্ৰাৰ সময়ত ব্যৱহাৰ কৰা হব এই জানখন। চাও আহকছোন ক'ত নিৰ্মাণ হৈ আছে ৰাজহংস।

Body:৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভাগৱত তথা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ মূল আকৰ্ষণ হব ৰাজহংস জান। ৰাজহংস নামৰ এই বাহনখনে কঢ়িয়াই নিব ভাগৱত। ৰাজহংস জানৰ পাছে পাছে ১৬ কিলোমিটাৰ পথ অতিক্ৰম কৰিব বিশাল সাংস্কৃতিক সমদলে। অহা ৭ ফেব্ৰুৱাৰী পুৱা ১০ বজাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। শিল্পীৰ হাতৰ পৰশত আধ্যাত্মিক ভাৱচেতনাৰে প্ৰাণ পাই উঠিছে ৰাজহংস জানখন। এখন ট্ৰাকৰ ওপৰত নামঘৰৰ আৰ্হিত নিৰ্মাণ সম্পন্ন হৈছে জানখন। এতিয়া কেৱল অপেক্ষা ৭ ফেব্ৰুৱাৰীৰ শোভাযাত্ৰাৰ সেই দিনটোলৈ।

আজি সম্পূৰ্ণ হৈছে জানখনৰ নিৰ্মাণ কাৰ্য।

Conclusion:Deferred Live
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.