ETV Bharat / state

সৰুপথাৰ-বোকাজান সংযোগী পথৰ দুৰৱস্থা

গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ সৰুপথাৰ-চুঙাজান হৈ বোকাজান সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিগত তিনি বছৰৰ পৰা মেৰামতিৰ অভাৱত বিধ্বস্ত ৰূপ ধাৰণ কৰিছে পথটোৱে ৷

সৰুপথাৰ-বোকাজান সংযোগী পথৰ দুৰৱস্থা
author img

By

Published : Jun 24, 2019, 1:24 PM IST

সৰুপথাৰ, 24 জুনঃ প্ৰায় বিশ কিলোমিটাৰ দৈৰ্ঘৰ সৰুপথাৰ-বোকাজান সংযোগী গড়কাপ্তানি পথ নিৰ্মাণ কৰা চাৰিবছৰ অতিক্ৰম হ'ল ৷ কিন্তু নিৰ্মাণ কৰা দিনৰে পৰা ক্ৰমাত বিধ্বস্ত হ'বলৈ ধৰিছে এই পথটো ৷

সৰুপথাৰ-বোকাজান সংযোগী পথৰ দুৰৱস্থা

নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলতেই পথটোৰ চুঙাজান অঞ্চলত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসীয়ে | পথৰ দুৰৱস্থাৰ ফলত অঞ্চলটোত সঘনাই দুৰ্ঘটনা হোৱাও পৰিলক্ষিত হয় ৷ আনহাতে পথছোৱা মেৰামতিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ৷

Intro:গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ সৰুপথাৰ - চুঙাজান - হৈ -বোকাজান সংযোগী গড়কাপ্তানী পথছোৱা বিগত তিনি বছৰৰ পৰা মেৰামতিৰ অভাৱত বিধস্ত ৰুপ ধাৰণ কৰিছে |Body:প্ৰায় বিশ কি. মি. দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰা আজি প্ৰায় চাৰি বছৰ অতিক্ৰম কৰিলে | নিৰ্মাণ কৰা দিনৰ পৰা পথছোৱা ক্ৰমান্বয়ে বিধস্ত হব ধৰিছে | নিম্নমানৰ সামগ্ৰীৰে নিৰ্মান কৰা পথটোৰ চুঙাজান অঞ্চলত পকী পথৰ মাজত দঁ দঁ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে | পথৰ মাজৰ পুখুৰী সদৃশ গাঁত সমূহত গাড়ী মটৰ প্ৰায়ে দুৰ্ঘটনাত পতিত হয় | মৃত্যু মুখত পৰিছে পথচাৰীক | অতি ঠেক পথটোৰ দাঁতিয়ে দাঁতিয়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে | পথছোৱাত সন্মুখৰ ফালৰ পৰা অহা গাড়ীক চাইদ দিব নোৱাৰা অৱস্থা | কৰ্দয্যময় চাইদ বাম | স্থানীয় ৰাইজ আৰু দল সংগঠনে পথছোৱা মেৰামতিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ কৰিছেConclusion:BYTE :- PUBLIC

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.