ETV Bharat / state

বানপানীৰ দোহাই দি গোলাঘাটৰ বজাৰত শাক পাচলিৰ অভাৱনীয় মূল্যবৃদ্ধি - vegeteble price rise

শাক পাচলিৰ মূল্য বৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে সাধাৰণ জনতাক।

গোলাঘাট
author img

By

Published : Jul 29, 2019, 7:21 PM IST

গোলাঘাট, 29 জুলাইঃ গোলাঘাটৰ বজাৰত এতিয়া শাক পাচলিৰ জুই চাই দাম। বানপানীৰ দোহাই দি গোলাঘাটৰ বজাৰত শাক পাচলিৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে সাধাৰণ জনতাক। একাংশ মধ্যভোগীয়ে বান পানীৰ দোহাই দি পাচলিৰ অভাৱনীয় মূল্য বৃদ্ধি কৰাৰ অভিযোগ ৰাইজৰ ৷ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক। সোমবাৰে গোলাঘাট বজাৰত আজিৰ তাৰিখত পাচলিৰ মূল্য

  • ভেণ্ডি প্ৰতি কিলো গ্ৰামত ৪০ টকা
  • ভোল ৪০ টকা, জিকা ৫০ টকা
  • লেছেৰা ৫০ টকা
  • টিয়ঁহ ৩০ টকা
  • অমিতা ৩০টকা
  • বেঙেনা ৪০ টকা
  • কেৰেলা ৬০ টকা
  • বিলাহী ৬০ টকা
  • ইফালে আলু পিয়াঁজ, দাইল, তেল,নিমখ সকলোৰে মূল্য বৃদ্ধিত জুৰুলা হৈছে সাধাৰণ জনতা ।

Intro:বানপানীৰ দোহাই দি গোলাঘাটৰ বজাৰত এতিয়া শাক পাচলিৰ অভাৱনীয় মূল্য বৃদ্ধি। শাক পাচলিৰ মূল্য বৃদ্ধিয়ে ৰাম টাঙোন সোধাইছে সাধাৰণ জনতাক। গোলাঘাটৰ বজাৰত এতিয়া শাক পাচলিৰ জুই চাই দাম। একাংশ মধ্যভোগীয়ে বান পানীৰ দোহাই দি পাচলিৰ অভাৱনীয় মূল্য বৃদ্ধি কৰাৰ অভিযোগ ।Body:গোলাঘাটৰ পাচলি বজাৰত এতিয়া জুই লাগিছে । অভাৱনীয় মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণক । সোমবাৰে গোলাঘাট বজাৰত পাচলিৰ মূল্য হল ভেণ্ডি প্ৰতি কিলো গ্ৰামত ৪০ টকা, ভোল -৪০ টকা, জিকা -৫০ টকা, ডাংবডি-৫০ টকা, টিয়ঁহ -৩০ টকা, অমিতা-৩০টকা, বেঙেনা-৪০ টকা, কেৰেলা-৬০ টকা, বিলাহী -৬০ টকা । ইফালে আলু পিয়াঁজ, দাইল, তেল,নিমখ সকলোৰে মূল্য বৃদ্ধিত জুৰুলা হৈছে সাধাৰণ জনতা । Conclusion:Byte_1_মহিলা গ্ৰাহক
Byte_2_সচেতন গ্ৰাহক
Byte_3_ব্যৱসায়ী
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.