গোলাঘাট, 30 মাৰ্চঃ চিলনী চোৰৰ সন্ত্ৰাসে গোলাঘাট নগৰ কঁপাই থকাৰ সময়তে সময়তে শনিবাৰে গোলাঘাট আৰক্ষীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এটা চোৰ ৷ চুৰি কৰি নিয়া এটা মোবাইলৰ জৰিয়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰঙাজানৰ সঞ্জু ভূমিজ নামৰ চোৰটোক ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে গোলাঘাটৰ কাঠকটীয়াৰ দুলু বৰা নামৰ এজন যুৱকে মোবাইলত কথা পাতি থকাৰ সময়তে বাইকত অহা চিলনী চোৰে হাতৰ পৰা কাঢ়ি নিয়ে মোবাইলটো ৷ দুলু বৰাৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি 3 নং ৰঙাজানৰ পৰা আটক কৰে সঞ্জু ভূমিজ নামৰ চিলনী চোৰটোক ৷
আৰক্ষীৰ জালত চিলনী চোৰ - GOLAGHAT
গোলাঘাট নগৰৰ পৰা বাইকেৰে অহা চিলনী চোৰে মহিলা নতুবা সাধাৰণ ব্যক্তিৰ হাতৰ পৰা সঘনাই থপিয়াই নিয়ে মোবাইল, মণিবেগ । চিলনী চোৰৰ এই সন্ত্ৰাসে চহৰখনত চাঞ্চল্য অব্যাহত ৰখাৰ সময়তে শনিবাৰে আৰক্ষীৰ জালত পৰে এটা চিলনী চোৰ ৷

গোলাঘাট, 30 মাৰ্চঃ চিলনী চোৰৰ সন্ত্ৰাসে গোলাঘাট নগৰ কঁপাই থকাৰ সময়তে সময়তে শনিবাৰে গোলাঘাট আৰক্ষীৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এটা চোৰ ৷ চুৰি কৰি নিয়া এটা মোবাইলৰ জৰিয়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰঙাজানৰ সঞ্জু ভূমিজ নামৰ চোৰটোক ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে গোলাঘাটৰ কাঠকটীয়াৰ দুলু বৰা নামৰ এজন যুৱকে মোবাইলত কথা পাতি থকাৰ সময়তে বাইকত অহা চিলনী চোৰে হাতৰ পৰা কাঢ়ি নিয়ে মোবাইলটো ৷ দুলু বৰাৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি 3 নং ৰঙাজানৰ পৰা আটক কৰে সঞ্জু ভূমিজ নামৰ চিলনী চোৰটোক ৷
Body:গোলাঘাটত চিলনী চোৰে সন্ত্ৰাস চলাই অহাৰ সময়ত শনিবাৰে আৰক্ষীৰ হাতত পৰে এটা চিলনী চোৰ। সঞ্জু ভূমিজ নামৰ গোলাঘাট ৩নং ৰঙাজানৰ এটা চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কিছু দিনৰ পূৰ্বে গোলাঘাটৰ কাটকটিয়াৰ দুলু বৰা নামৰ এজন যুৱকৰ পৰা মোবাইলত কথা পাতি থকাৰ সময়ত বাইকত অহা চিলনী চোৰে হাতৰ পৰায়ে কাঢ়ি নিয়ে। দুলু বৰাৰ অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি ৩ নং ৰঙাজানৰ পৰা সঞ্জু ভূমিজ নামৰ এটা চিলনী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
নগৰৰ পৰা
Conclusion: