ETV Bharat / state

গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী বিশ্বজিৎ ফুকনে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে ডেৰ লাখ টকাৰ সাহাৰ্য

author img

By

Published : Apr 11, 2020, 6:38 PM IST

গোলাঘাট আৱৰ্ত ভৱনত কৃষি মন্ত্ৰী অতুল বৰাৰ যোগেদি অসম আৰোগ্য নিধিলৈ ডেৰ লাখ টকাৰ সাহাৰ্য আগবঢ়ালে গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী তথা অসম সমবায় এপেক্স বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনে ৷

golaghat social worker donation to cm fund
গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী বিশ্বজিৎ ফুকনে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে ডেৰ লাখ টকাৰ সাহাৰ্য

গোলাঘাট,11 এপ্ৰিলঃ গোলাঘাটৰ বিশিষ্ট সমাজকৰ্মী তথা অসম সমবায় এপেক্স বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে ডেৰ লাখ টকাৰ সাহাৰ্য ৷ অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ হাতত গোলাঘাট আৱৰ্ত ভৱনত ডেৰ লাখ টকাৰ এখন চেক প্ৰদান কৰে বিশ্বজিৎ ফুকনে । অৱশ্যে ডেৰ লাখ টকাৰ ভিতৰত 50 হাজাৰ টকা সমাজকৰ্মী বিশ্বজিৎ ফুকনৰ সহধৰ্মিনী ড৹ প্ৰাপ্তি ঠাকুৰৰ একাউন্টৰ পৰা প্ৰদান কৰা হৈছে । উল্লেখ্য যে, সমাজকৰ্মী বিশ্বজিৎ ফুকনে লক ডাউনৰ সময়ছোৱাত সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰায় বাৰশ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিনামূলীয়াভাৱে বিতৰণ কৰি সকাহ প্ৰদান কৰিছে ।

লগতে পঢ়কঃভাল খবৰঃ COVID-19 ৰ পৰা মুক্ত ৰাজ্যৰ পাঁচগৰাকী আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.