ETV Bharat / state

গোলাঘাটত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ

author img

By

Published : Jun 23, 2019, 5:31 PM IST

প্ৰশিক্ষক হৰিচৰণ বৰবায়নে প্ৰশিক্ষণ উদ্ৱোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কয় যে, "মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি সত্ৰীয়া নৃত্য গীত সমূহ এটা সময়লৈকে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল ’’ ৷

গোলাঘাটত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ

গোলাঘাট, 23 জুনঃ গোলাঘাট কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠানৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ ৷ দেওবাৰৰ পৰা আৰম্ভ হোৱো নৃত্য প্ৰশিক্ষণ দণ্ডধৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয় । নিয়মীয়া প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মাজুলী কমলাবাৰী সত্ৰৰ হৰিচৰণ ভূঞা বৰবায়ন । প্ৰশিক্ষক হৰিচৰণ বৰবায়নে প্ৰশিক্ষণ উদ্ৱোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কয় যে, "মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি সত্ৰীয়া নৃত্য গীত সমূহ এটা সময়লৈকে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল । পৰৱৰ্ত্তী সময়ত অসমৰ গুণী জ্ঞানী পণ্ডিত লোক সকলৰ প্ৰচেষ্টাত এই কৃষ্টি-সংস্কৃতি সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিছিল ৷ যাৰ বাবে বৰ্তমান সময়ত গুৰু কেইজনক সকলোৱে জনাৰ সুযোগ পাইছে ।"

Intro:কেন্দ্ৰীয় সংগীত শিক্ষানুষ্ঠান,গোলাঘাটৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ । দেওবাৰৰ পৰাই আৰম্ভ হোৱো এই নিয়মীয়া ভাৱে প্ৰশিক্ষণ দণ্ডধৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয়। নিয়মীয়া প্ৰশিক্ষকৰূপে অ্ংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মাজুলী কমলাবাৰী সত্ৰৰ হৰিচৰণ ভূঞা বৰবায়নে । প্ৰশিক্ষক হৰিচৰণ বৰবায়নে প্ৰশিক্ষণ উদ্ধোধনী অনুস্থানত বক্তব্য প্ৰদান কৰি কয় যে মহাপুৰুষ দুজনাৰ সৃষ্টি ৰাজি সত্ৰিয়া নৃত্য গীত সমূহ এটা সময়লৈকে সত্ৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল । পৰবত্তী সময়ত অসমৰ গুনি জ্ঞানি পণ্ডিত লোক সকলৰ প্ৰচেষ্টাত  এই কৃষ্টি সংস্কৃতি সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহিছিল আৰু যাৰ বাবে আজি গুৰু কেইজনক সকলোৱে জনাৰ সূযোগ পাইছে । এনে দৰা  প্ৰসাৰ ঘটি  এই কৃষ্টি সংস্কৃতিয়ে  ৰাষ্ট্ৰীয় পয্যায়ত স্বীকৃতি লাভ কৰে ।Body:Byte 1 : হৰিচৰণ ভূঞা বৰবায়ন ( মাজুলী কমলাবাৰী সত্ৰ )Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.